সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

শীৰ্ষ সংবাদ

৬ আৰু ৭ জানুৱাৰীত কোনে কোনে পাব বিশেষ ছুটী ?

• নতুন বছৰৰ ৬ আৰু ৭ জানুৱাৰীত অসম চৰকাৰৰ কৰ্মচাৰীলৈ আগবঢ়োৱা হ’ব বিশেষ ছুটী ৷ • যিসকল কৰ্মচাৰীৰ মাক – দেউতাক বা শহুৰ – শাহু জীয়াই আছে , তেওলোকে এই ছুটী লাভ কৰিব ৷ • তাৰ পাছৰ ৮ জানুৱাৰী দ্বিতীয় শণিবাৰ আৰু ৯ জানুৱাৰী দেওবাৰ ৷ • পিতৃ – মাতৃৰ…

বঙাইগাঁৱৰ কেবিনেটত সিদ্ধান্ত : কলেজ পাবলৈ বিদ্যালয়ত পঢ়িব লাগিব ১৫ বছৰ

বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত নতুন শিক্ষা নীতিৰ আধাৰত অসমৰ শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয় ৷ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা সদৰী কৰে ৷ তেও সদৰী কৰা অনুসৰি – • এতিয়াৰে পৰা বিদ্যালয়ৰ শিক্ষা…

কৃষি আইন বাতিলত কেন্দ্ৰীয় কেবিনেটৰ অনুমতি , কিন্তু কেনেকৈ সম্পূৰ্ণ হ’ব প্ৰক্ৰিয়া ?

তিনি ক’লা কৃষি আইন বাতিলৰ ঘোষণাত অনুমতি জনাইছে কেন্দ্ৰীয় কেবিনেটে ৷ ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আইন কেইখন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষনা কৰিছিল ৷ তাৰ পাছত বুধবাৰে অবুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত…

জি নিউজে কিয় ডিলিট কৰিব লাগিব বাতৰি?

জি নিউজে কৃষক আন্দোলন সন্দর্ভত কৰা তিনিটা শ্ব’ এতিয়া ডিলিট কৰিব লাগিব ফেচবুক,ইউটিউব অথবা ইনষ্টাগ্ৰামৰ পৰা৷সাত দিনৰ ভিতৰত এই তিনিটা শ্ব’ ডিলিট কৰিবলৈ নিদের্শনা জাৰি কৰিছে News Broadcasting and Digital Standards Authority য়ে৷এই নিদের্শনাত জি…

এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে কেনেকৈ পাব পাৰি ২ কৌটি?

বিট কইনত মাত্ৰ এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে পাব পাৰি ২ কৌটি। কিন্তু কি এই বিট কইন? বিট কইনৰ সৈতে কি সম্পৰ্ক ক্ৰিপ্টোকাৰেন্সীৰ? বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বিশেষভাৱে চৰ্চিত এটা শব্দ হৈছে ক্ৰিপ্টোকাৰেন্সী। আপোনালোক বহুতৰ বাবেও হয়তো…

গৃহীতৰ পৰা প্ৰত্যাহাৰলৈ- কৃষকৰ দাবী মানিবলৈ কেনেকৈ বাধ্য হল মোদী চৰকাৰ?

বাতিল ঘোষণা তিনি কৃষি আইনৰ।এই আইন তিনিখন আছিল ক্ৰমান্বয়ে–  কৃষকৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্ৰীৰ বাণিজ্য অথবা বাণিজ্য সম্পৰ্কীয় আইন , অত্যাৱশ্যকীয় সামগ্ৰী আইন আৰু ,কৃষিজাত সামগ্ৰী আৰু কৃষি সেৱাৰ মূল্য নিৰ্ধাৰণৰ ওপৰত কৃষক চুক্তি আইন।এই…

অৰুণাচল প্ৰদেশত চীনে পাতিলে দ্বিতীয়খন গাও

ভাৰতৰ মাটিত চীনে নিৰ্মান কৰিলে দ্বিতীয়খন গাও ৷এন ডি টি ভিয়ে প্ৰকাশ এক ছেটেলাইট ইমেজত চীনে গাও নিৰ্মান কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ লক্ষণীয় কথাটো হ’ল – এই গাওখনো নিৰ্মান হৈছে অসমৰ চুবুৰীয়া অৰুণাচল প্ৰদেশত ৷ ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ আপাৰ…

পেট্ৰ’ল – ডিজেলৰ দাম আচলতে কিমান বাঢ়িল , কিমান কমিল ?

সৌ সিদিনালৈকে পেট্ৰ’ল – ডিজেলৰ দাম আছিল আন্ত: ৰাষ্ট্ৰীয় বিষয় ৷ শাসক দলৰ নেতা – কৰ্মীসকলৰ মতে ইয়াৰ লগত ভাৰত বা অসম চৰকাৰৰ একো কৰিবলগীয়া নাই ৷ কিন্তু বুধবাৰৰ দিনটোত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া উদ্যোগত অসমত পেট্ৰ’লৰ দাম একেকোবে ১২ টকা আৰু…

কেতিয়ালৈ উপ-নির্বাচন? শীঘ্ৰেই ঘোষণা হ’ব পাৰে দিন-

শীঘ্ৰে ঘোষণা হব পাৰে উপ-নির্বাচনৰ দিন৷ৰাজ্যৰ ৬ টাকৈ সমষ্টিত অনুষ্ঠিত হব লগা উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দল সমূহ ইতিমধ্যে তৎপৰ হৈ পৰিছে৷সমান্তৰালভাবে উপ-নির্বাচনৰ বাবে তৎপৰ হৈ পৰিছে নির্বাচন আয়োগো৷উপ-নির্বাচনৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি…

নিমাতী ঘাটত অব্যাহত আছে উদ্ধাৰ অভিযান

মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ মন্ত্ৰীদল ইতিমধ্যে উপস্থিত হৈছে নিমাতী ঘাটত৷ নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাক লৈ তদন্তৰ ঘোষণা কৰিছে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷আনহাতে বৰ্তমানলৈ ৮২জন লোকক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।এনডিআৰএফ আৰু…