নিমাতী ঘাটত অব্যাহত আছে উদ্ধাৰ অভিযান

মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ মন্ত্ৰীদল ইতিমধ্যে উপস্থিত হৈছে নিমাতী ঘাটত৷ নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাক লৈ তদন্তৰ ঘোষণা কৰিছে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷আনহাতে বৰ্তমানলৈ ৮২জন লোকক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।এনডিআৰএফ আৰু এছডিআৰএফে চলাই আছে  উদ্ধাৰ অভিযান। উদ্ধাৰ কৰা একাংশ লোকক ৰখা হৈছে হোটেল ঋতুৰাজত। দুৰ্ঘটনাত আহত সকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296