সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

মোদীৰ পৰীক্ষাত কোন পাছ , কোন ফেইল ? সবিশেষ পঢ়ক-

পৰীক্ষা অনুষ্ঠিত নহল চিবিএছই আৰু ৰাজ্যিক ব'র্ডৰ৷ কিন্তু  ৰিজাল্ট ওলাব ৷পূর্বৰ পাৰদৰ্শিতাৰ ভিত্তিত  প্ৰদান কৰা হব নতুন ফলাফল৷ তথাপি ফলাফলৰ অপেক্ষাত এতিয়া ছাত্ৰ-ছাত্ৰী , অপেক্ষাত অছে অভিভাবকসকলো ৷মেট্ৰিক , হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলৰ অপেক্ষাৰ…

নতুন টীম মোদীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি ?

ক্ষন্তেক পাছতে নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভাৰ ৪৩ গৰাকীকৈ মন্ত্ৰীয়ে শপত ল’ব ৷ ইয়াৰে ২৪ গৰাকী হ’ব নতুন মুখৰ মন্ত্ৰী ৷ বিগত সাত বছৰত এইখনেই হ’ব নৰেন্দ্ৰ মোদীৰ আটাইতকৈ ডাঙৰ মন্ত্ৰীসভা ৷ এই নতুন মন্ত্ৰীসভাৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে…

অসমত কিয় , কোনে বলবৎ নকৰে মাইক্ৰ’ফাইনেন্স ৰেগুলেশ্যন আইন ?

নাহৰকটীয়াৰ দুহেজাৰ মহিলাই হাতেবোৱা দুহেজাৰ গামোচা উপহাৰ দিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ৷ জনসংযোগ বিভাগে প্ৰকাশ কৰা বিবৃতি অনুসৰি মইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পাছত এইদৰেই গামোচাৰে মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা…

ইউছুফ খানৰ পৰা দিলীপ কুমাৰলৈ ,ফলৰ বেপাৰীৰ পৰা যুগজয়ী অভিনেতালৈ …..

বিশ্ববাসীয়ে দিলীপ কুমাৰ নামেৰে চিনি পোৱা , দুৰন্ত অভিনয়েৰে প্ৰতিগৰাকী দৰ্শকৰ মনত নিগাজী হৈ ৰোৱা এইগৰাকী যুগজয়ী অভিনেতাই কাহানিও ভবা নাছিল যে এদিন তেও পাহৰি যাব লাগিব পিতৃ – মাতৃয়ে দিয়া আচল নামটোও ৷১৯২২ চনত জন্ম হোৱা দিলীপ কুমাৰৰ দেউতাক আছিল…

ট্ৰেজেডি কিঙৰ চিৰবিদায়…

বলীউদৰ” ট্ৰেজেডি কিঙ” দিলীপ কুমাৰ আৰু নাই ৷ বুধবাৰে পুৱা ৭ বজাত মুম্বাইৰ হিন্দুজা হাস্পতালত তেও শেষ নিশ্বাস ত্যাগ কৰে ৷ শ্বাস- প্ৰশ্বাসত পোৱা অসুবিধাৰ বাবে স্বনামধন্য অভিনেতাগৰাকীক যোৱা ৩০ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ জীৱন – মৃত্যুৰ…

মৃত্যু সন্নিকট – আদালতত আৰু কি কৈছিল ষ্টেন স্বামীয়ে ?

মানুহজনৰ নাম ষ্টেন স্বামী ৷ বয়স ৮৪ ৷ জনজাতীয় লোকৰ অধিকাৰৰ হৈ আজীৱন যুঁজ দি অহা এজন সমাজকৰ্মী ৷ মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত ২০২০ চনৰ ৮ অক্টোবৰত নিয়াই তেওক গ্ৰেপ্তাৰ কৰে ৷ ৮৪ বছৰীয়া এই বৃদ্ধ মানুহজনৰ ওপৰত জাপি দিয়া হয় ইউ এ পি এ আইন ৷…

মোহন ভাগৱতে এয়া কি ক’লে ? অসমৰ পৰাই যি কথাৰ বিৰোধিতা হল-

দেওবাৰে গাজিয়াবাদৰ এখন সভাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে এইদৰে মন্তব্য কৰে – কোনোবা হিন্দুৱে যদি কয় যে মুছলমান ইয়াত থাকিব নোৱাৰে , তেনেহ’লে তেও হিন্দু নহয় ৷ গৰু এটা পবিত্ৰ জন্তু কিন্তু কোনোবাই যদি ইয়াৰ নামত আনক হত্যা কৰিছে , তেনেহ’লে ই…

২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -১

অৰূপ কলিতাৰ কলমত- “ যেতিয়া তুমি কাৰোবাক ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো কেৱল তেওক ৷ তেওৰ বাবে মই…

ভাৰতক লাগে অধিক জনসংখ্যা –কিয় কৈছে এজন অৰ্থনীতিবিদে?

জনসংখ্যা বৃদ্ধি অসমৰ এটা বৃহৎ সমস্যা হিচাপে সহমতত উপনীত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংখ্যালঘু সমাজৰ প্ৰায় ১৫০ গৰাকী আগশাৰীৰ নাগৰিক ৷ কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু সমাজৰ বিশিষ্ট নাগৰিকসকল এক আলোচনাত মিলিত হয় ৷…

ডেৰশ সংখ্যালঘু বুদ্ধিজীৱীৰে কি আলোচনা হিমন্ত বিশ্ব শর্মাৰ?

মুছলমান অধ্যুষিত অঞ্চলত দ্ৰগ জনসংখা বৃদ্ধি সন্দর্ভত মুছলমান বুদ্ধিজীৱীৰে অলোচনাত বহিল মুখ্যমন্ত্ৰী৷ৰাজ্যৰ প্ৰায় ডেৰশ সংখ্যালঘু বুদ্ধিজীৱী-সচেতন নাগৰিকৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ৷ উল্লেখযোগ্য যে,মুছলমান সমাজৰ মাজত ব্যাপক…