Browsing Category
এক্সক্লুছিভ
অসম- মিজোৰাম সীমান্তত গুলীচালনা, নিহত ৬, এছ পিক আই চি ইউত ভৰ্তি
উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সীমা বিবাদ সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ এদিন পাছতে উত্তপ্ত হৈ পৰিল অসম - মিজোৰাম সীমান্ত ৷বৰাক উপত্যকাৰ ঢলাই সমষ্টিত হোৱা মিজোৰ আগ্ৰাসন উচ্ছেদ কৰিবলৈ যোৱা সময়তে প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ মিজো…
লাভলীনা : অভাৱত থাকিও যিয়ে অস্বীকাৰ কৰিছিল কৰ্প’ৰেটৰ বিজ্ঞাপনৰ প্ৰস্তাৱ
দেৱজিৎ ফুকন
কোনো ৰাষ্ট্ৰীয় নাইবা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা লাভ কৰিলেই তেনে খেলুৱৈক টাৰ্গেট কৰি লয় বহুজাতিক কোম্পানীবোৰে৷ বিশ্ব চেম্পিয়নশ্বিপত পদক পোৱাৰ পাছত তেনে বহুজাতিক কোম্পানীৰ লক্ষ্যৰ পৰা বাচি যোৱা নাছিল লাভলীনাও৷ ডাঙৰ…
আজি অসমলৈ অমিত শ্বাহ
দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৱলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমত উপস্থিত হ'ব ৷ অসমৰ কেবাটাও চৰকাৰী কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ তেও প্ৰথমতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নতুন…
উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিৰে কি আলোচনা অমিত শ্বাহৰ?
দুদিনীয়া অসম-মেঘালয় ভ্ৰমণৰ উদেশ্যে আজি শিলংত উপস্থিত হল অমিত শ্বাহ৷শ্বিলংৰ নতুন বাছ টার্মিনেল শুভাৰম্ভ কৰি অমিত শ্বাহ মিলিত হয় উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপি সকলৰ সৈতে৷সীমা বিবাদ আৰু আইন শৃংখলাজনিত বিষয়েই এই বৈঠকৰ প্ৰধান উদেশ্যে বুলি…
মীৰাবাঈ : পাহাৰত খৰি লুৰা ছোৱালীজনীয়ে আজি অলিম্পিকত বুটলিলে ৰূপৰ পদক
সেয়া প্ৰায় ১৪ বছৰ আগৰ কথা। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২০ কি :মি: দূৰৈৰ এখন গাঁৱৰ পাহাৰত ঘামত তিতি উমলি আছিল দুটি শিশু। ১৬ বছৰীয়া সানাতোম্বা মিতি আৰু তেওঁৰ ১২ বছৰীয়া ভনীয়েকে ঘৰৰ বাবে খৰি লুৰিবলৈ গৈছিল পাহাৰখনলৈ। কিন্তু কিদৰে ডাঙৰ কাঠ…
লাভলীনা : সপ্তম শ্ৰেণীত এখন বাতৰি কাকতে সলনি কৰিছিল যাৰ জীৱনৰ পথ
তেতিয়া তাই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৷ দেউতাক টিকেন বৰগোহাঁই ঘৰৰ পৰা দূৰৈৰ বগীজানত এখন ক্ষুদ্ৰ চাহ বাগিছাৰ এটা সৰু চাকৰি কৰি আছিল ৷ মাজে মাজে ঘৰলৈ আহে ৷ কোনদিনা আহিব সেইকথা লাভলীনাহঁতে আগতীয়াকৈ গম নাপায়, কাৰণ ঘৰত তেতিয়া কোনো মোবাইল ফোনৰ ব্যৱস্থা…
কিমান আগবাঢ়িছে মোদী বিৰোধী শক্তি গঠনৰ কুচকাৱাজ ?
বিজেপি বিৰোধী এক ঐক্যবদ্ধ মঞ্চ গঠনৰ বাবে বিৰোধী শিবিৰত তৎপৰতা আৰম্ভ হৈছে ৷শিবিৰে শিবিৰে অব্যাহত আছে আলোচনা – পৰ্যালোচনা -পৰিকল্পনা। ২০২৪ ত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এক উমৈহতীয়া মঞ্চ গঠনক লৈও চৰ্চা চলিছে ।কিন্তু কোন কোন চামিল হ’ব এই উমৈহতীয়া…
লাভলীনা : স্কুলত কিতাপ এৰি যি এদিন যোগ দিছিলগৈ ছাইৰ ক্ৰীড়া শিবিৰত
২০১০ চনৰ কথা ৷ ধনশিৰি আইটিআইৰ ছাত্ৰী সোণমণি গগৈয়ে এদিন বৰপথাৰ ছোৱালী হাইস্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মোমায়েকৰ জীয়েক লাভলীনাক প্ৰশিক্ষক তথা তাইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ওচৰলৈ লৈ আহিছিল ৷ সেয়াই আৰম্ভণি ৷ প্ৰশান্ত কুমাৰ দাসৰ ওচৰত লাভলীনাই…
পেগাছাছ : টাৰ্গেটত অনিল আম্বানী আৰু কোন কোন ?
দিন যোৱাৰ লগে লগে পেগাছাছৰ টাৰ্গেট লিষ্ট দীঘলীয়া হৈ গৈ আছে ৷ এইবাৰ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে অনিল আম্বানীৰ ফোন নম্বৰ ৷ তেওৰ বাহিৰেও ৰিলায়েন্স গোষ্ঠীৰ অন্যতম কৰ্ণধাৰ টোনি জেচুদাছন , ৰাফাল নিৰ্মাতা ফৰাচী সংস্থা দাসোৰ ভাৰতীয় বিষয়া…
লাভলীনা : বৰপথাৰ ছোৱালী হাইস্কুলৰ পৰা অলিম্পিকৰ বক্সিঙ ৰিঙলৈ
২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত ৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে ৷ তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খৱৰ আহিল ৷