Investigative reporting with dedication.
পেগাছাছ : এয়া অতি গুৰুতৰ অভিযোগ বুলি কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

পেগাছাছ ছফটৱেৰৰ চোৰাংছোৱাগিৰি সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে যদিহে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সঁচা হয় , তেনেহ’লে এয়া অতি গুৰুতৰ অভিযোগ ৷ কিন্তু আজিয়েই ন্যায়ালয়ে চৰকাৰলৈ জাননী প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰে আৰু পৰৱৰ্তী…










