টুইটাৰৰ বিৰুদ্ধে ইউ টিউবত কি ক’লে ৰাহুল গান্ধীয়ে ?

নিৰ্যাতিত কিশোৰীৰ পৰিয়ালৰ সৈতে উঠা ফটো আপলোড কৰাৰ পাছৰে পৰা টুইটাৰে ব্লক কৰি ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট ৷তাৰ পাছত শুকুৰবাৰে ইউ টিউবৰ জড়িয়তে প্ৰচাৰিত এটা ভিডিওত ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেও কয় ,”মোৰ টুইটাৰ…









