Investigative reporting with dedication.
আফগানিস্তান ইছলামিক সন্ত্ৰাসবাদৰ নতুন ঘাটি হ’ব নেকি ?

তালিবানৰ পুনৰুত্থানত সুখী হৈ পৰিছে আল কায়দাৰ সমৰ্থকসকল। তালিবানৰ কাবুল দখলক ঐতিসাহিক জয় আখ্যা দিছে আফগানিস্তানৰ সুদূৰ প্ৰান্ত কুণাৰত বাহৰ পাতি থকা আল কায়দাৰ সমৰ্থকসকলে।ইয়াৰ লগে লগে আশংকা কৰা হৈছে যে বিশ্বৰ সকলো কট্টৰ ইছলামিক মৌলবাদী সংগঠনৰ নতুন ঘাটি হৈ…









