Investigative reporting with dedication.
তালিবানে পালন কৰা কি এই শ্বাৰিয়া আইন ?

আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে আটাইতকৈ অসুৰক্ষিত হৈ পৰিছে মহিলাসকল ৷ তালিবানে মহিলাসকলৰ ক্ষেত্ৰত পূৰ্বৰ দৃষ্টিভংগী সলনি কৰিব বুলি ঘোষণা কৰিছে যদিও সকলো শ্বাৰিয়া আইন অনুসৰি পৰিচালিত হ’ব ৷ ইছলামৰ আটাইতকৈ কঠোৰ আইনখনেই হৈছে শ্বাৰিয়া আইন ৷ কিন্তু কি এই…










