Investigative reporting with dedication.
দিল্লীৰ পৰা বংগলৈ উভতি যোৱা ‘দিদি’ আকৌ দিল্লীমুখী কিয় ?

মমতাৰ ৰাজনীতিত প্ৰৱেশৰ কাহিনী “তেওঁ জন্মগতভাবে বিদ্ৰোহী ৷ নিৰ্ভীক আৰু আগ্ৰাসীভাবে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে ৷ আজি যি স্থানত তেওঁ থিয় হৈ আছে , সেয়া হ’ল প্ৰচণ্ড শ্ৰম আৰু কঠিন সংগ্ৰামৰ পৰিণতি ৷” –পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিষয়ে এইদৰে লিখিছিল…








