Investigative reporting with dedication.
ফেৰীবোৰেই নহয় , ভোটবোৰো অসুৰক্ষিত

জুৰি বৰুৱা কোনো দুৰ্যোগেই কেৱল প্ৰাকৃতিক নহয়, বিশেষকৈ আধুনিক আধিপত্যৰ দিনত । কাৰণ ইয়াৰ সৈতে জড়িত থাকে দুৰ্যোগ প্ৰশমন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে দুটা গুৰুত্বপূৰ্ণ দিশ। কিন্তু ভাৰতবৰ্ষৰ দৰে দেশতো আজিৰ তাৰিখতো এই দুয়োটা দিশৰে আলোচনা হয় দুৰ্যোগটোৰ পাছত। আৰু…










