শ্ৰেণী এক্সক্লুছিভ

নাগপুৰত ১১ বছৰে কি কৰিছিল তালিবান যোদ্ধাই ?

১১ বছৰ ধৰি নাগপুৰত অবৈধভাৱে বসবাস কৰিছিল এজন তালিবান যোদ্ধাই ৷ এই তালিবান যোদ্ধাৰ ফটো শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছত হতচকিত হৈ পৰিছে দেশৰ নিৰাপত্তা সংস্থাসমূহ অফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে বহু তালিবান যোদ্ধাৰ ফটো প্ৰকাশ পাইছে ৷ তাৰ মাজৰ এজন…

বিৰোধীৰ বৈঠক : ছোনিয়া গান্ধীয়ে প্ৰথমবাৰৰ বাবে কি ডাঙৰ আহ্বান জনালে ?

লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী দলসমূহে ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ আ্হ্বানমৰ্মে শুকুৰবাৰে ১৯ বিৰোধী দলৰ নেতাৰ এখন ভাৰ্ছুয়েল বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত টি এম চি , এন চি পি , ডি এম কে , শিৱসেনা , জে…

ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্ৰশিক্ষণ লোৱা ‘ছেৰু’ কেনেকৈ তালিবানৰ দুৰ্ধৰ্ষ নেতা হ’ল ?

ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ সকলোৰে প্ৰিয় ‘ছেৰু’ আজি তালিবানৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ ৷ সেইগৰাকী ‘ছেৰু’ , যি আছিল ডেৰাডুনৰ মিলিটেৰী একাডেমীৰ এজন সুদক্ষ কেডেট , তেও আজি তালিবানৰ শীৰ্ষ নেতা ৷ শিক্ষক , সহপাঠী কোনেও বিশ্বাস কৰিব পৰা নাই এই কথা ৷কিন্তু…

ৰাজীৱ গান্ধীক লৈ ডায়েৰীত কি লিখিছিল ছোনিয়া গান্ধীয়ে  ?

“ যেতিয়া তুমি কাৰোবাক সচাঁকৈ ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো কেৱল ৰাজীৱক ৷

চৰকাৰৰ ১০০ দিন : কোন তিনিগৰাকী মন্ত্ৰীৰ বাবে অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা  ?

ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ এশটা দিনৰ কাম কাজক লৈ সফলতাৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু এই এশটা দিনত তিনিগৰাকী মন্ত্ৰীৰ কাম কাজে বেকফুটলৈ ঠেলি দিলে চৰকাৰখনক ৷অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ৷ কোন এই…

কিয় বিৰোধী মুখ্যমন্ত্ৰীৰে বৈঠকৰ আহ্বান জনাইছে ছোনিয়া গান্ধীয়ে ?

কংগ্ৰেছ আৰু সহযোগী দলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে শুকুৰবাৰে এক বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ৷ বিয়লি ৪ বজাত ভাৰ্ছুয়েল মাধ্যমত অনুষ্ঠিত হ’ব এই বৈঠকখন ৷ বিৰোধী শাসিত ৰাজ্যসমূহক বিভিন্ন ধৰণে বঞ্চিত কৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৷ এই ইছ্যুক লৈ…

‘লাভ জিহাদ’ : গুজৰাট উচ্চ ন্যায়ালয়ে কি ক’লে ?

বিবাহ আৰু ধৰ্মান্তকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে ৷ গুজৰাটৰ ধাৰ্মিক স্বতন্ত্ৰতা(সংশোধনী) আইন ,২০০১ক  প্ৰত্যা্হ্বান জনাই দাখিল কৰা দুখন আবেদন সন্দৰ্ভত ৰায়দান কৰি বৃহস্পতিবাৰে ন্যায়ালয়ে কয় যে দুটা পৃথক ধৰ্মৰ ব্যক্তিৰ উভয়ৰ সন্মতিত হোৱা বিবাহক বলপূৰ্বক ধৰ্মান্তকৰণৰ ৰূপ…

তালিবানক কিয় বিশ্বাসত নল’বলৈ ক’লে বায়ুসেনাৰ প্ৰথম মহিলা পাইলটে ?

নতুন শাসনকালত মহিলাসকলৰ প্ৰতি মানবীয় হোৱাৰ প্ৰতিশ্ৰুতি দিছে তালিবানে ৷মহিলাসকলে কৰ্মক্ষেত্ৰত যোগদান কৰিব পাৰিব বুলিও তালিবানে ঘোষণা কৰিছে ৷কিন্তু তালিবানৰ এনে কথাত মুঠেও আশ্বস্ত নহয় আফগানিস্তানৰ প্ৰথম মহিলা বায়ুসেনাৰ পাইলট নিলোফাৰ ৰহমানি ৷ এতিয়াও আফগানিস্তানতে বন্দী হৈ আছে নিলোফাৰ ৰহমানি…

ৰক্তাক্ত স্বাধীনতা দিৱস : জাতীয় পতাকা উৰুওৱা বাবেই দুজনক হত্যা তালিবানৰ

১৯ আগষ্ট ৷ ১৯১৯ চনত এই দিনটোতেই আফগানিস্তানত ব্ৰিটিছ শাসনৰ অন্ত পৰিছিল ৷সেই অনুসৰি ১৯ আগষ্ট আফগানিস্তানৰ স্বাধীনতা দিৱস ৷ কাবুলত তালিবানে নিজৰ পতাকা উৰুৱাই স্বাধীনতা দিৱস পালন কৰাৰ বিপৰীতে বহু ঠাইত আফগান নাগৰিকে জাতীয় পতাকা লৈ সমদল উলিয়ায় ৷…

তালিবানৰ সৈতে ভাৰতৰ কথা হৈছে নেকি ? কি ক’লে জয়শংকৰে ?

আফগানিস্তানত তালিবানৰ চৰকাৰক ভাৰতে স্বীকৃতি দিবনে ? এই লৈ কৌতুহলত আছে সমগ্ৰ ভাৰতবাসী ৷ তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ নিউ্য়ৰ্কত বৃহস্পতিবাৰে সাংবাদিকৰ আগত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়-‘এই মুহূৰ্তত আমি কাবুলৰ পৰিস্থিতি নীৰিক্ষণ কৰি আছো ৷…