Browsing Category
এক্সক্লুছিভ
আফগানিস্থানত পানীত পৰিব নেকি ভাৰতৰ ২২ হাজাৰ কৌটি ?
আফগানিস্থানত পুণৰ সক্ৰিয় হৈছে তালিবান ৷ আফগান সেনাৰ সৈতে আৰম্ভ হৈছে মুখামুখি সংঘৰ্ষ ৷ ইয়াৰ লগে লগে ভাৰতৰো দু:শ্চিন্তা বৃদ্ধি পাইছে ৷ কিয়নো দেশখনত ভাৰতৰ বিনিয়োগৰ পৰিমান ৩ বিলিয়ন ডলাৰৰো অধিক ৷
আফগানিস্থানত নিহত ভাৰতীয় সাংবাদিক
আফগানিস্থানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ লগে লগে অশান্ত হৈ উঠিছে দেশখন ৷ পুণৰ আৰম্ভ হৈছে তালিবানৰ উপদ্ৰৱ ৷একাধিক স্থানত আফগানিস্থান সেনাৰ লগত তালিবানৰ মুখামুখি সংঘৰ্ষ হোৱাৰ বাতৰি আহিছে ৷ এনে এক সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ হোৱা সময়তে নিহত…
কোনে হাস্পতাল নিৰ্মানৰ নামত ২.৪০ কৌটি ব্ৰক্ষ্মপুত্ৰত পেলালে ?
বিধানসভাত কেগে দাখিল কৰা শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে স্বাস্থ্যখণ্ডৰ বহু অনিয়মৰ তথ্য ৷ কেনেদৰে চিকিৎসালয় নিৰ্মানৰ নামত কৌটি কৌটি টকাৰ অপচয় কৰা হৈছে , সেয়া প্ৰতিবেদনৰ পাতে পাতে উন্মোচিত হৈছে ৷ আনকি ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহাজ হাস্পতাল…
নীট কেতিয়া অনুষ্ঠিত হ’ব ?
অহা ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব মেডিকেল শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা - নেচনেল এলিজিবিলিটী কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট ৷ দেশৰ নতুন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা ঘোষণা কৰিছে ৷ নীটৰ বাবে প্ৰ- পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা ১৩…
সঁচাকৈয়ে RSSৰ প্ৰতি সহানুভূতিশীল আছিল নেকি চৰ্দাৰ বল্লভভাই পেটেল?
নিয়ৰ ডেকা-
চৰ্দাৰ বল্লভভাই পেটেল সন্দৰ্ভত আটাইতকৈ ডাঙৰ চৰ্চাটো যে তেওঁ RSSক সমৰ্থন কৰিছিল। চৰ্দাৰৰ আজিও সংঘৰ ৰক্ষাকৰ্তা এজন কৰ্মী হিচাপে সুকীয়া পৰিচয় আছে। হিন্দু মহাসভা ১৯১৫ চনত স্থাপিত হৈছিল আৰু ১৯২৫ চনত আৰ এছ এছ গঠন কৰা হৈছিল। কিন্তু…
প্ৰধানমন্ত্ৰী মোডীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক কিয় দিলে সমবায় মন্ত্ৰীৰ দায়িত্ব?
নিয়ৰ ডেকাৰ কলমত-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ বিশ্বস্ত সহযোগী বুলি গণ্য কৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত অৰ্পণ কৰা হ'ল আন এটা নতুন মন্ত্ৰালয়ৰ দায়িত্ব। যোৱা ৭ জুলাইত হোৱা কেবিনেট সম্প্ৰসাৰণত দেশৰ প্ৰশাসনিক ব্যৱস্থাত সমবায়…
The CrossCurrent সবিশেষ : জিকা ভাইৰাছ কি , কেনেকৈ বিয়পে , প্ৰতিৰোধৰ উপায় কি ?
নিয়ৰ প্ৰভাত কলিতাৰ কলমত-
🔴 ক'ভিডৰ ভয়াবহতাৰ মাজতে দেশত জিকা ভাইৰাছৰ আতংক
দেশত ক'ভিডে কাল ৰূপ ধাৰণ কৰাৰ সময়তে কেৰেলাত চিনাক্ত হৈছে জিকা ভাইৰাছত আক্ৰান্ত ৰোগী। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে ৰাজ্যখনৰ তিৰুৱন্তপুৰম জিলাত জিকা ভাইৰাছৰ…
গৰু , গাহৰিক লৈ কি কয় হিন্দু – মুছলমানে ? Pew Research Center ৰ ডাঙৰ সমীক্ষা ৷ পঢ়ক সবিশেষ-
৭২ শতাংশ হিন্দুৱে ভাবে যে যিসকল লোকে গো মাংস ভক্ষণ কৰে , তেওলোক কেতিয়াও হিন্দু হ’ব নোৱাৰে ৷ আনহাতে , ৭৭ শতাংশ মুছলমানে বিশ্বাস কৰে যে যিসকল লোকে গাহৰি মাংস ভক্ষণ কৰে তেওলোক কেতিয়াও মুছলমান হ’ব নোৱাৰে ৷
“টীম মোদী”ৰ ৪২% মন্ত্ৰী অপৰাধত অভিযুক্ত , ৯০ % কৌটিপতি
নতুন ৰূপত গঠন হ’ল মোদী মন্ত্ৰীসভা ৷ ৩৬ খন নতুন মুখেৰে নৰেন্দ্ৰ মোদীৰ ৭৮ জনীয়া নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিলে ৷নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভা সন্দৰ্ভত এছোচিয়েট ডেএম’ক্ৰেটিক ৰিফ’ৰ্ম নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ৷এ…
ইটালী বনাম ইংলেণ্ড -১
জুৰি বৰুৱাৰ কলমত-
মুছোলিনি আৰু মাৰ্ক’ প’ল’ৰ দেশ ইটালী ৷ বেনিট’ মুছোলিনি আছিল বিংশ শতিকাৰ ইউৰোপৰ প্ৰথমজন একনায়কত্ববাদী শাসক ৷ ফেচিষ্ট ৰাজনীতিৰ ইতিহাসত কোনে পাহৰিব পাৰে মুছোলিনিক! আনহাতে মাৰ্ক’ প’ল’ আছিল এজন সদাগৰ যি এছিয়াৰ চিল্ক ৰোড হৈ…