সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

ভাৰতক দু:শ্চিন্তাত পেলোৱা চীনৰ নতুন সীমা আইনত কি আছে ?

অৰুণাচল সীমান্তৰ বিবাদমান ভূমিত চীনে নিৰ্মান কৰিছে ১০০ টা ঘৰ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে ভাৰতক চিন্তাত পেলাইছে ৷ কিন্তু একেসময়তে চীনে প্ৰণয়ন কৰিছে নতুন সীমা আইন ৷এই আইনো ভাৰতৰ বাবে দু:শ্চিন্তাৰ কাৰণ হৈ পৰিছে ৷…

সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও

চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ…

অসমীয়া চিনেমা নোচোৱা ব্যক্তিক কিয় চলচ্চিত্ৰ উন্নয়নৰ দায়িত্ব ?

অসমীয়া ছবি মই এখনো চোৱা নাই এতিয়ালৈকে ৷ ভিলেজ ৰকষ্টাৰ্ছৰ বাহিৰে ৷ দূৰদৰ্শন নামৰ মুভীখন ভাল হোৱা বুলি শুনিছিলো কিন্তু চাবলৈ নাপালো ৷ বাকী মুভীবোৰক বেছি গুৰুত্ব দিয়া নাই ৷বহুত ভাল হোৱা বুলি ভবা নাই ৷ হিন্দী মই চব মুভী চাইছো ৷’ এয়া আছিল…

পেট্ৰ’ল – ডিজেলৰ দাম আচলতে কিমান বাঢ়িল , কিমান কমিল ?

সৌ সিদিনালৈকে পেট্ৰ’ল – ডিজেলৰ দাম আছিল আন্ত: ৰাষ্ট্ৰীয় বিষয় ৷ শাসক দলৰ নেতা – কৰ্মীসকলৰ মতে ইয়াৰ লগত ভাৰত বা অসম চৰকাৰৰ একো কৰিবলগীয়া নাই ৷ কিন্তু বুধবাৰৰ দিনটোত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া উদ্যোগত অসমত পেট্ৰ’লৰ দাম একেকোবে ১২ টকা আৰু…

জুৰি বৰা বৰগোহাঞিৰ লগত ফেচবুক পেপাৰ্ছৰ কি সম্পৰ্ক ?

লেখিকা , ঔপন্যাসিকা জুৰি বৰা বৰগোহাঞিক অকথ্য , অভব্য , অশালীন ভাষাৰে ফেচবুকত আক্ৰমণ কৰা হৈছে৷ মূলত: দীপাৱলী সম্পৰ্কীয় পোষ্ট এটাৰ বাবেই তেওক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ৷ জুৰি বৰা বৰগোহাঞিক মুছলমান , খ্ৰীষ্টানৰ এজেন্ট আখ্যা দিয়াৰ উপৰিও…

দেশত কিহৰ বাবে হ’ব পাৰে বিদ্যুৎ সংকট? কয়লাই কেনেদৰে বিদ্যুৎ উৎপাদন কৰে?

 প্ৰায় ২টা বছৰ বিশ্বত ক'ভিডে সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত এতিয়া বিশ্বব্যাপী নাটনি হৈছে কয়লাৰ। আনকি বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক কয়লা উৎপাদনকাৰী দেশ ভাৰততো কয়লাৰ তীব্ৰ সংকটে দেখা দিছে। দেশৰ কেইবাটাও শক্তি প্ৰকল্পত মাত্ৰ ৩ৰ পৰা ৫ দিনৰ…

মাটিৰ দালালৰ বিৰুদ্ধে অভিযান : ৰৌ বৰালি জালত পৰিবনে ?

দালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ ক’ত ক’ত অভিযান ? মনোনয়ন দাখিল কৰি সৰ্বানন্দ সোণোৱালে কি ক’লে ? বুধবাৰে কিমান খড়্গ দাহ কৰা হ’ব ? আদানীৰ বিমানবন্দৰত কিমান হিৰোইন জব্দ হ’ল ? ৰাছিয়া , কানাডাৰ নিৰ্বাচনত কোন জিকিল ?

তৃণমূলত যোগ দিলে মোদী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীয়ে

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বাবুল সুপ্ৰিয়ই শণিবাৰে যোগ দিয়ে তৃণমূল কংগ্ৰেছত ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত তেও দলটোত যোগদান কৰে ৷ উল্লেখ্য যে পশ্চিমবংগৰ পৰা দুবাৰকৈ লোকসভালৈ…

এইবাৰ সলনি হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী সলনিৰ কুচকাৱাজ ৷ শণিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে অমৰিন্দৰ সিঙে ৷ আজি পুৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ৷…

নিৰ্মাণৰ আগতেই অন্তৰ্ধান হ’ল মাজুলীৰ দলঙৰ আধা অংশ

দলঙৰ নামত মাজুলীবাসীক দীৰ্ঘদিন ধৰি কৰি অহা প্ৰবঞ্চনাৰ পৰিণতিত বুধবাৰে নিমাতীঘাটত সংঘটিত হ’ল ভয়াৱহ নাও দুৰ্ঘটনা ৷কাৰ ভুল , কাৰ হেমাহিত এই ভয়াৱহ ঘটনা সংঘটিত হ’বলৈ পালে , তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পথ…