Browsing Category
এক্সক্লুছিভ
পাটিয়ালা পেগ , যৌনতা আৰু চাৰি সেনা বিষয়াৰ নিলম্বন
গোপনীয়তা ভংগৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে চাৰিগৰাকী সেনা বিষয়া ৷ উৰ্ধতন কৰ্তৃপক্ষই মোবাইল ফোন আৰু অন্যান্য ডিজিটেল সামগ্ৰী জব্দ কৰি গোপনীয়তা ভংগ কৰাৰ অভিযোগ উত্থাপণ কৰিছে এইকেইগৰাকী সেনা বিষয়াই ৷ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱা…
অমৰনাথত ভয়ংকৰ দুর্ঘটনা
অমৰনাথত ভয়ংকৰ দুর্ঘটনা৷ ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত নিহত তীৰ্থযাত্রীৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে৷ এতিয়াও সন্ধানহীন বহু তীৰ্থযাত্রী৷ প্ৰায় অর্ধ শতাধিক তীৰ্থযাত্রী নিখোজ৷ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই৷ সমান্তৰালকৈ অভিযান চলাইছে…
ভোক : আধাপেটী মানুহেৰে ভৰিছে ভাৰতবৰ্ষ : ২২.৪ কৌটি লোকে খাবলৈ নাপায় দুবেলা দুসাজ
মহামাৰী কৰোনাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে স্পষ্ট হৈ পৰিছে ৷ মহামাৰীৰ সময়ত কৌটি কৌটি লোকে জীৱন জীৱিকা হেৰুৱাবলগীয়া হোৱাই নহয় , ব্যাপক খাদ্য সংকটৰো সন্মুখীন হৈছে ৷ ৰাষ্ট্ৰসংঘৰ ‘দ্য ষ্টেট অৱ ফুড চিকিউৰিটী এণ্ড নিউট্ৰিশ্যন ইন দ্য ৱৰ্ল্ড ২০২২’ শীৰ্ষক…
বীমাৰ ধন লুণ্ঠন : বৰপেটাত ‘ফেক কিলিঙ’ৰ চাঞ্চল্যকৰ ঘটনা
অসম৷বিশ্বৰ মানচিত্ৰত এখন সৰু ঠাই৷এই সৰু ঠাইখনৰেই এখন জিলা বৰপেটা৷এতিয়া সেই বৰপেটাৰ কথাই চর্চালৈ আহিছে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত৷কাৰণ ,ইয়াত অস্তিত্বহীন লোককো হত্যা কৰা হয় , মৃত ব্যক্তিও জী উঠে বাৰে বাৰে ৷ ব্লুমবাৰ্গত উন্মোচিত হৈছে , মৃত…
যৌন কেলেংকাৰিয়ে কিদৰে চকী কাঢ়িলে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ ?
এজন সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগৰ সৈতে এটা বাতৰি৷ আপত্তিজনকভাৱে দুজন ব্যক্তিক স্পৰ্শ কৰিছিল সাংসদজনে৷ লাহে লাহে পোহৰলৈ আহিল সাংসদজনৰ পূর্বৰ বহু যৌন কেলেংকাৰিৰ বাতৰি৷ ইয়াৰ পাছতেই সাংসদজনক লৈ দলৰ মজিয়াত তীব্ৰ মতবিৰোধ ৷ পৰৱর্তী সময়ত দুজনকৈ…
ফেক কিলিং : কাল্পনিক ব্যক্তিক হত্যা কৰি অসমত কেনেদৰে লুণ্ঠন কৰা হয় বীমাৰ ধন ?
ফেক এনকাউন্টাৰ নহয় , আন্ত:ৰাষ্ট্ৰীয় পর্যায়ত উন্মোচিত হৈছে অসমৰ ‘ফেক কিলিঙ’ৰ ঘটনা৷উন্মোচিত হৈছে ফেক কিলিঙৰ জৰিয়তে বীমাৰ ধন লুন্ঠনৰ চাঞ্চল্যকৰ তথ্য ৷ ‘ব্লুমবার্গ’ৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে অসমৰ বৰপেটা জিলাত সংঘটিত এই ফেক কিলিঙৰ ঘটনা৷…
বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ পাছত… : ০.০১ শতাংশৰ পৰা ১৭.২ শতাংশলৈ বাঢ়িল নিবনুৱাৰ হাৰ
২০২১ চনৰ মে’ মাহত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সেই মাহটোত অসমত নিবনুৱাৰ হাৰ আছিল ০.০১ শতাংশ ৷ তাৰ পাছত ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতিক্ৰম কৰিছে এবছৰ এটা মাহ৷ ড: শৰ্মা চৰকাৰে এই এটা বছৰৰ…
ধূম্ৰপায়ী ‘কালী’ : ধৰ্মীয় ভাৱনাই দেশত কিয় লৈছে ধুমুহাৰ ৰূপ ?
ধৰ্মৰ কথা নক’ব ৷ ধৰ্মৰ আলোচনা-সমালোচনা নকৰিব ৷ কাৰণ ভাৰত এতিয়া ধৰ্মক লৈ অত্যন্ত সংবেদনশীল ৷ ধৰ্ম সম্পৰ্কীয় মন্তব্যই যেতিয়াই তেতিয়াই আঘাত কৰিব পাৰে কাৰোবাৰ ধৰ্মৰ ভাৱনাত ৷ দেশৰ চুকে কোনে ৰুজু হ’ব পাৰে গোচৰ ৷ তাৰ পাছত অন্তহীন আইনী কুচকাৱাজ ৷…
EXCLUSIVE : গুৱাহাটী এৰাৰ পূৰ্বে শপতনামাত কি লিখিলে একনাথ সিন্দে আৰু শিৱসেনাৰ বিদ্ৰোহী বিধায়কে
অস্তিত্বৰ সংকটত শিৱসেনা ৷ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰৰ আস্থাভোটৰ বাবে সেউজ সংকেত দিয়াৰ পাছতেই মুখ্যমন্ত্ৰীৰ চকী এৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৷ ইয়াৰ লগে লগে মহা বিকাশ আগাধী অৰ্থাৎ শিৱসেনা – এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোঁট…
কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ গুদামত হাজাৰ কুইন্টল চাউল কেনেকৈ গেলিবলৈ পালে? মুখ্যমন্ত্ৰীয়ে…
মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্বশর্মাই বানাক্ৰান্তৰ কাৰণে মুক্ত হস্তে দান-বৰঙনি দিবলৈ কোৱাৰ ২৪ ঘণ্টা নহওঁতেই বোকাখাতত এক বৃহৎ চাউল কেলেংকাৰীৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে জীপাল কৃষক শ্ৰমিক সংঘই।
কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত…