Browsing Category
এক্সক্লুছিভ
বিজেপিৰ ৬ মহলীয়া কাৰ্যালয়ৰ মাটিৰ A to Z
ভাঙি দিয়া হ’ব বিজেপিৰ নৱনিৰ্মিত বশিষ্ঠৰ কাৰ্যালয় ৷ ছয় মহলীয়া বিজেপিৰ কাৰ্যালয়ৰ ভূমিত স্থাপন হ’ব গৱেষণা কেন্দ্ৰ ৷-প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই ঘোষণাৰ পাছতে অস্বস্তিত পৰিল শাসকীয় দল বিজেপি ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি…
দ্য ক্ৰছকাৰেণ্টৰ বিৰুদ্ধে যড়যন্ত্ৰ
'Current Trend Assam' নামৰ এটা সংবাদপোৰ্টেলে 'দ্য ক্ৰছকাৰেণ্ট'ৰ বৰ্তমানৰ পৰিচালন সম্পাদক বেদব্ৰত বৰাক সাঙুৰি এটা বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। ২০১৬ চনৰ ভূমি সংক্ৰান্তীয় বিবাদ এটাক সামৰি যি বাতৰি প্ৰচাৰ কৰা হৈছে, সেই বিষয়টো বৰ্তমান…
EXCLUSIVE : মন্ত্ৰী পীযূষ হাজৰিকাৰ ঘৰত মুম্বাইৰ ব্যৱসায়ীৰ ৬৮ লাখ টকীয়া গাড়ী
মণীষা কলিতা , গুৱাহাটী , ১২ ছেপ্তেম্বৰ :
মুম্বাইৰ এজন ব্যৱসায়ী , জাগীৰোডত নিৰ্মীয়মাণ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ঔষধ নিৰ্মাণকাৰী কোম্পেনী আৰু অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই ব্যৱহাৰ কৰা এখন গাড়ীয়ে এতিয়া কেইবাটাও বিস্ফোৰক…
ভিক্টৰ দাস কোন?
আজিৰ দিনটোত খবৰৰ শিৰোনাম ভিক্টৰ দাস। আজিৰ দিনটোত ৰাজ্যজুৰি সঘন উচ্চাৰিত এটা নাম ভিক্টৰ দাস। দেশৰ এজন সাধাৰণ নাগৰিক ভিক্টৰ দাস। অন্য দহজনৰ দৰেই পেছাগত বৃত্তিৰে পৰিয়াল পোহপাল দিব বিচৰা এজন ব্যক্তি ভিক্টৰ দাস। কোচিং চেণ্টাৰৰ টিউটৰ হিচাপে জীৱন…
EXCLUSIVE :পশ্চিমবংগ আৰক্ষীৰ চমন পোৱা অশোক ধানুকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী
ঝাৰখণ্ডৰ বিধায়ক কিনা বেচা সংক্ৰান্তীয় গোচৰত পশ্চিমবংগ আৰক্ষীৰ চমন লাভ কৰিছে গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকাই ৷ ধানুকাক সোমবাৰে কলকাতাত চি আই ডিৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৷ বাতৰি অনুসৰি , পশ্চিমবংগৰ পৰা অহা চি আই ডিৰ দলটো…
ই ডিৰ জালত মমতাৰ মন্ত্ৰী : কেলেংকাৰিৰ লগত কি সম্পৰ্ক অভিনেত্ৰীৰ ?
কংগ্ৰেছ, আপ নহয়।এইবাৰ ইডিৰ অভিযান চলিল পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছৰ নেতা মন্ত্ৰীৰ ঘৰত। মন্ত্ৰীৰ ঘণিষ্ঠৰ ঘৰত উদ্ধাৰ বান্দিলে বান্দিলে টকা। ইডিয়ে শুক্ৰবাৰে অভিযান চলায় মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা…
ইউএপিএ: জীৱনৰ অমূল্য সময় কাৰাগাৰত কটাইছে কিয় নির্দোষীয়ে?
যদি ৫ বছৰ কাৰাগাৰত থাকিব লগা হয় বর্ষাশ্ৰীয়ে! যদি ৫ বছৰৰ পিছত বর্ষাশ্ৰীক দোষমুক্ত ঘোষনা কৰে আদালতে! ৫ বছৰৰ ক্ষতিপূৰণ ঘূৰাই পাবনে ১৮ বছৰীয়া বর্ষাশ্ৰীয়ে?
কিয় উত্থাপন হৈছে এই প্ৰশ্ন?
আপোনাক জনাব বিচাৰিছো নিয়াৰ এক আদালতৰ এটা শেহতীয়া ৰায়ৰ…
ৰাজাপাক্ষে পৰিয়ালৰ পৰা কেতিয়াবা মুক্তি পাম বুলি ভাবিছিলনে শ্ৰীলংকাই?
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাৱায়া ৰাজপাক্ষেৰ পদত্যাগ। আজি ৰাজপাক্ষেৰ পদত্যাগ পত্ৰ সংসদৰ গ্ৰহণ কৰিলে সংসদৰ অধ্যক্ষই৷ ৰাজপাক্ষেৰ পদত্যাগৰ পাছতেই শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংঘেই কাৰ্যবাহী ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ কৰে।…
আৰক্ষী আইনৰ অধীনত পৰিচালিত হৈছে নে মুখ্যমন্ত্ৰীৰ আঙুলিৰ নির্দেশত?
শিৱ-পাৰ্বতীৰ ৰূপত বাটৰ নাট যোগে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ নগাওঁ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক হেনো আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মোকলাই দিবলৈ বাধ্য হল । মুখ্যমন্ত্ৰীৰ মতে শিৱ-পাৰ্বতীৰ বেশত সাম্প্ৰতিক কোনো ইচ্যু লৈ…
শ্ৰীলংকাত বুভুক্ষ জনতাৰ আৰ্তনাদ : ভাৰতৰ বাবে কি সকীয়ণি ?
বুভুক্ষ আৰু ক্ষোভিত জনতাৰ হুংকাৰত কঁপি উঠিছে শ্ৰীলংকাৰ ৰাজধানী কলম্বো ৷ লাখ লাখ প্ৰতিবাদকাৰী প্ৰৱেশ কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ বাসগৃহত ৷ বিপদৰ আগজাননী আগতীয়াকৈ লাভ কৰি ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় লৈছে ৰাষ্ট্ৰপতি ৰাজাপাক্ষে ৷…