Category এক্সক্লুছিভ

বিজেপিক এবছৰত ২২ বাৰ ছান্দা দিয়া ব্যৱসায়ীলৈ বৃহৎ কয়লা ভাণ্ডাৰ

দুৰ্নীতি বিৰোধী প্ৰশাসন আৰু স্বচ্ছতাৰ কাহিনী শুনোৱা বিজেপি চৰকাৰৰ এক অস্বচ্ছ কাহিনীৰে এই প্ৰতিবেদন ৷ কয়লাৰ এক ক’লা কাহিনীৰে এই প্ৰতিবেদন ৷ কিদৰে চি বি আয়ে অভিযুক্ত কৰা বহু বিতৰ্কিত কয়লা ব্যৱসায়ীক উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ গতাই দিয়া হৈছে…

কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য?

কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য? কালি অৰ্থাত বৃহস্পতিবাৰৰ দিনটোত বিধায়ক অখিল গগৈয়ে উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছিল কেইটামান প্ৰশ্ন। আৰু সেই প্ৰশ্ন কেইটা আছিল এই কাঞ্চনজুৰি চাহ বাগিচাক লৈ। যিসময়ত গুৱাহাটীৰ শিলসাকোত শিলসাঁকো বিল দখন…

কবিয়ে এৰি থৈ যোৱা বন্ধ খামত কি আছে?

‘নৃত্যৰতা পৃথিৱী’ এৰি গ’লগৈ জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকন। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত দিনৰ ১১-৫৫ বজাত চিৰদিনলৈ চকু মুদিলে ‘গোলাপী জামুৰ লগ্ন’ৰ কবিয়ে। শব্দৰ যাদুকৰী খেলা,প্ৰতীক,চিত্ৰকল্পৰ অনন্য সমাহাৰেৰে কবিতাক এক উচ্চ পৰ্যায়লৈ লৈ গৈছিল নীলমণি ফুকনে। অসমীয়া কবিতাত এক…

৫ হাজাৰ টকাত দেউতাকে বিক্ৰী কৰে নিজৰ কন্যা সন্তানক!

‘’দেউতাই মোক ৫ হাজাৰ টকাত অৰুণাচলৰ মানুহ এঘৰত বিক্ৰী কৰি থৈ আহিছিল৷তাতে মই ঘৰুৱা কাম কৰিছিলো৷ কাপোৰ কানি ধুইছিলো,ৰন্ধা বঢ়া কৰিছিলো৷ৰাতি ৰাতি মোক মদ কিনিবলৈ পঠিয়াইছিল৷কোনোদিনেই ভালকৈ মোক শুবলৈ দিয়া হোৱা নাছিল৷ তেঁওলোকে মোক সদায় মাৰিছিল৷ ঘৰৰ সকলোয়ে মোক বিনা…

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

‘আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ বিনিময়ত…

টেলিফোনেৰে য’ৰ পৰা লুটি নিয়া হয় আপোনাৰ বেংকৰ ধন… সেই জামতাৰাত The Crosscurrent । জামতাৰা….A to Z

টেলিফোনেৰে য’ৰ পৰা লুটি নিয়া হয় আপোনাৰ বেংকৰ ধন… সেই জামতাৰাত The Crosscurrent

৩০ গৰাকী বিধায়ক বাংলাদেশলৈ

৩০ গৰাকী বিধায়ক  যাব বাংলাদেশলৈ৷ বাংলাদেশলৈ যাব অসম বিধানসভাৰ প্ৰতিনিধি দল৷ ১৫ নৱেম্বৰত ৰাওনা হ’ব শাসক-বিৰোধী বিধায়কৰ দলটো৷ বিধায়কৰ দলটোৰ নেতৃত্ব দিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ বিধায়কৰ দলটোৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰে বৈঠকত বহিব৷ বাংলাদেশ সংসদৰ অধ্যক্ষ চিৰিন চাৰমিন চৌধুৰীৰ…