Investigative reporting with dedication.
চাফাই কৰ্মীৰ ‘চাফাই’, মুখৰ বচন নাৰাখিলে মুখ্যমন্ত্ৰীয়ে!

হিমন্ত বিশ্ব শর্মাই ষ্পষ্টভাবে চাফাই কর্মীসকলক উদেশ্যি কোৱা দেখা গৈছিল, “ তহঁতৰ চাকৰি হৈ গ’ল৷ ৬০ বছৰলৈ তহঁতৰ চাকৰি পাৰমানেন্ট৷”
Investigative reporting with dedication.

হিমন্ত বিশ্ব শর্মাই ষ্পষ্টভাবে চাফাই কর্মীসকলক উদেশ্যি কোৱা দেখা গৈছিল, “ তহঁতৰ চাকৰি হৈ গ’ল৷ ৬০ বছৰলৈ তহঁতৰ চাকৰি পাৰমানেন্ট৷”

২৫ মে’, গুৱাহাটী ২১ মে’ ২০২৩, দেওবাৰ৷ গুৱাহাটী ৰেলৱে ষ্টেচনৰ ৪ নম্বৰ প্লেটফর্মত হাইদৰাবাদ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈ আছে ১৫৪০৩৯ নম্বৰৰ ৰে’লখন৷ পূৱা ৬ বজাত সেইখন ৰে’লত উপস্থিত হ’লগৈ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি৷ গুৱাহাটী-হাইদৰাবাদ অভিমুখী ৰে’লৰ দবাই দবাই ‘দ্য ক্ৰছকাৰেণ্ট’ৰ…

৬ মে’ত লখিমপুৰৰ পৰা ৬ লাখ টকা আনিছিল জোনমণি ৰাভাই লখিমপুৰত জোনমণিৰ বিৰুদ্ধে ১৫ মে’ত ৰুজু হৈছিল গোচৰ ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৩৯৫ , ৩৯৭ , ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত গোচৰ কোনে লখিমপুৰলৈ প্ৰেৰণ কৰিছিল জোনমণি ৰাভাক ? কোনে…

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে ছুপাৰ মাৰ্কেট ফ্লাই অ’ভাৰৰ এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য৷ ফ্লাই অ’ভাৰৰ উদ্বোধনী অনুষ্ঠানৰ ৫ মাহ পাছত নিবিদা আহ্বান কৰি উদ্বোধনী অনুষ্ঠানৰ ঠিকা প্ৰদান কৰা হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাক৷…

ছুপাৰমাৰ্কেট ফ্লাই অ’ভাৰৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৭ মাহ পাছত আহ্বান কৰা হৈছিল উদ্বোধনী অনুষ্ঠানৰ নিবিদাৰ জাননী৷ ৭ মাহ পাছত এই কাম লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাই৷ এইগৰাকী ভাস্কৰ শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট…

এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?

পুঁজিপতিৰ দখলত দুখীয়াৰ মাটিৰ আন এক ক’লা অধ্যায় আপোনালোকক আমি এই প্ৰতিবেদনত দিবলৈ চেষ্টা কৰিম। যিসময়ত এফালে চৰকাৰী মাটিত উচ্ছেদ অভিযান চলিছে অসমত, আনফালে আকৌ ৰয়েল গ্ল’বেলৰ দখলত ভূদান বোৰ্ডৰ ভূমিকা লৈ নিৰ্বিকাৰ চৰকাৰ-প্ৰশাসন। কিন্তু অশোক পানচাৰীৰ দখলৰ ভূমি বেদখলমুক্ত…

Here is a report why BJP has soft corner towards the controversial coal businessman Nabin Singhal. The most controversial coal businessman Nabin Singhal has won the tender of the largest coal field of North East region. Mahalaxmi and Satyam group…

দুৰ্নীতি বিৰোধী প্ৰশাসন আৰু স্বচ্ছতাৰ কাহিনী শুনোৱা বিজেপি চৰকাৰৰ এক অস্বচ্ছ কাহিনীৰে এই প্ৰতিবেদন ৷ কয়লাৰ এক ক’লা কাহিনীৰে এই প্ৰতিবেদন ৷ কিদৰে চি বি আয়ে অভিযুক্ত কৰা বহু বিতৰ্কিত কয়লা ব্যৱসায়ীক উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ গতাই দিয়া হৈছে…

কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য? কালি অৰ্থাত বৃহস্পতিবাৰৰ দিনটোত বিধায়ক অখিল গগৈয়ে উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছিল কেইটামান প্ৰশ্ন। আৰু সেই প্ৰশ্ন কেইটা আছিল এই কাঞ্চনজুৰি চাহ বাগিচাক লৈ। যিসময়ত গুৱাহাটীৰ শিলসাকোত শিলসাঁকো বিল দখন…