৩০ গৰাকী বিধায়ক বাংলাদেশলৈ

Share This Article

৩০ গৰাকী বিধায়ক  যাব বাংলাদেশলৈ৷ বাংলাদেশলৈ যাব অসম বিধানসভাৰ প্ৰতিনিধি দল৷ ১৫ নৱেম্বৰত ৰাওনা হ’ব শাসক-বিৰোধী বিধায়কৰ দলটো৷ বিধায়কৰ দলটোৰ নেতৃত্ব দিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ বিধায়কৰ দলটোৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰে বৈঠকত বহিব৷ বাংলাদেশ সংসদৰ অধ্যক্ষ চিৰিন চাৰমিন চৌধুৰীৰ সৈতেও বৈঠকত বহিব দলটো৷ বাংলাদেশৰ ৰঙামাটি গাঁৱত বাস কৰা অসমীয়া পৰিয়ালক সাক্ষাৎ কৰিব দলটোৱে৷ চিটাগঙৰ খাগ্ৰাচাৰি গাঁৱত বাস কৰা বড়ো পৰিয়ালকো সাক্ষাৎ কৰিব বিধায়কৰ দলটোৱে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.