Browsing Category
শীৰ্ষ সংবাদ
মিজোৰামৰ সাংসদক গোচৰৰ পৰা ৰেহাই কিয় ?
মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰিছে অসম আৰক্ষীয়ে ৷ অসম- মিজোৰামৰ সীমান্তকেন্দ্ৰিক সংঘাত অব্যাহত থকাৰ সময়তে নতুন দিল্লীত উচটনিমূলক বক্তব্য প্ৰদান কৰিছিল সাংসদগৰাকীয়ে ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে কে…
আপুনি কিয় সাংবাদিক হব নালাগে?
আপুনি নিজকে অথবা আপোনাৰ আপোন কাৰোবাক সাংবাদিক হব নিদিব৷কিন্তু কিয়?
ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ সাংবাদিক আক্ৰমণৰ তালিকাত এইবাৰ নাম আহিছে অসমৰ৷ইণ্ডিয়া প্ৰেছ ফ্ৰীডমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০ চনত অসমত ৭ জনকৈ সাংবাদিক আক্ৰমণৰ বলি হোৱা হোৱা…
লাভলীনা : অসুখীয়া মাতৃৰ মুখত ফুলিছে সৰগৰ হাঁহি
টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ বাবে সেই কষ্টৰ বোজা অলপ হ’লেও পাতল কৰি দিছিল লাভলীনাৰ সফলতাৰ বাতৰিয়ে ৷ আজি যেন পৃথিৱীৰ সকলো সুখ ঢোলে দগৰে নামি আহিছে বৰপথাৰৰ ঘৰখনলৈ ৷ অসুখীয়া মাকৰ মুখত ফুলি উঠছে সৰগৰ হাঁহি ৷ এই প্ৰাপ্তিৰ তুলনা কেৱল…
মমতা বেনাৰ্জী : ২০২৪ ত অগ্নিকণ্যাই পাৰিবনে ?
মমতাৰ তৃণমূলে কংগ্ৰেছৰ পৰাই গজালি মেলি এতিয়া বৃক্ষৰ ৰূপ লৈছে ৷ শিপা একেডালেই ৷ গতিকে এই মিত্ৰতাত বিশ্বাস-অবিশ্বাসৰ অৱতাৰণাও কমকৈ হ’ব৷ হয়তো সেয়া সম্ভৱ হ’বলৈও গৈ আছে ৷ সেয়ে এই মুহূৰ্তত দেশবাসীয়ে একেই উৎসুকতাৰে চাই ৰৈছে মমতা বেনাৰ্জীয়ে পিনে…
অসম- মিজোৰাম সীমান্তত গুলীচালনা, নিহত ৬, এছ পিক আই চি ইউত ভৰ্তি
উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সীমা বিবাদ সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ এদিন পাছতে উত্তপ্ত হৈ পৰিল অসম - মিজোৰাম সীমান্ত ৷বৰাক উপত্যকাৰ ঢলাই সমষ্টিত হোৱা মিজোৰ আগ্ৰাসন উচ্ছেদ কৰিবলৈ যোৱা সময়তে প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ মিজো…
লাভলীনা : অভাৱত থাকিও যিয়ে অস্বীকাৰ কৰিছিল কৰ্প’ৰেটৰ বিজ্ঞাপনৰ প্ৰস্তাৱ
দেৱজিৎ ফুকন
কোনো ৰাষ্ট্ৰীয় নাইবা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা লাভ কৰিলেই তেনে খেলুৱৈক টাৰ্গেট কৰি লয় বহুজাতিক কোম্পানীবোৰে৷ বিশ্ব চেম্পিয়নশ্বিপত পদক পোৱাৰ পাছত তেনে বহুজাতিক কোম্পানীৰ লক্ষ্যৰ পৰা বাচি যোৱা নাছিল লাভলীনাও৷ ডাঙৰ…
আজি অসমলৈ অমিত শ্বাহ
দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৱলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমত উপস্থিত হ'ব ৷ অসমৰ কেবাটাও চৰকাৰী কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ তেও প্ৰথমতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নতুন…
উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিৰে কি আলোচনা অমিত শ্বাহৰ?
দুদিনীয়া অসম-মেঘালয় ভ্ৰমণৰ উদেশ্যে আজি শিলংত উপস্থিত হল অমিত শ্বাহ৷শ্বিলংৰ নতুন বাছ টার্মিনেল শুভাৰম্ভ কৰি অমিত শ্বাহ মিলিত হয় উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপি সকলৰ সৈতে৷সীমা বিবাদ আৰু আইন শৃংখলাজনিত বিষয়েই এই বৈঠকৰ প্ৰধান উদেশ্যে বুলি…
মীৰাবাঈ : পাহাৰত খৰি লুৰা ছোৱালীজনীয়ে আজি অলিম্পিকত বুটলিলে ৰূপৰ পদক
সেয়া প্ৰায় ১৪ বছৰ আগৰ কথা। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২০ কি :মি: দূৰৈৰ এখন গাঁৱৰ পাহাৰত ঘামত তিতি উমলি আছিল দুটি শিশু। ১৬ বছৰীয়া সানাতোম্বা মিতি আৰু তেওঁৰ ১২ বছৰীয়া ভনীয়েকে ঘৰৰ বাবে খৰি লুৰিবলৈ গৈছিল পাহাৰখনলৈ। কিন্তু কিদৰে ডাঙৰ কাঠ…
লাভলীনা : সপ্তম শ্ৰেণীত এখন বাতৰি কাকতে সলনি কৰিছিল যাৰ জীৱনৰ পথ
তেতিয়া তাই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৷ দেউতাক টিকেন বৰগোহাঁই ঘৰৰ পৰা দূৰৈৰ বগীজানত এখন ক্ষুদ্ৰ চাহ বাগিছাৰ এটা সৰু চাকৰি কৰি আছিল ৷ মাজে মাজে ঘৰলৈ আহে ৷ কোনদিনা আহিব সেইকথা লাভলীনাহঁতে আগতীয়াকৈ গম নাপায়, কাৰণ ঘৰত তেতিয়া কোনো মোবাইল ফোনৰ ব্যৱস্থা…