Browsing Category
শীৰ্ষ সংবাদ
আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল কাবুল , নিহত ৭৩
আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান ৷আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত বোমা – বিস্ফোৰণ আৰু গুলীচালনাৰ ঘটনাত ৭৩ জন লোক নিহত হৈছে ৷ নিহতসকলৰ ভিতৰত ৬০ গৰাকী আফগান নাগৰিক আৰু আন ১৩ গৰাকী আমেৰিকান সেনা ৷ আহত হৈছে ১৫০ ৰো…
উত্তৰ পূৱৰ কি কি সম্পদ লীজত দিয়া হ’ব পুঁজিপতিক ?
বিমানবন্দৰৰ পৰা ষ্টেডিয়ামলৈ,টেলিকম সেৱাৰ পৰা প্ৰাকৃতিক গেছ পাইপলাইনলৈ-উত্তৰ পূর্বাঞ্চলৰ বিশাল ৰাজহুৱা সম্পত্তিৰ গৰাকী হবলৈ গৈ আছে এতিয়া আদানি-আম্বানীৰ দৰে কেইগৰাকীমান পুঁজিপতি৷ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ জড়িয়তে এতিয়া সমগ্ৰ দেশৰে…
দিল্লীৰ পৰা বংগলৈ উভতি যোৱা ‘দিদি’ আকৌ দিল্লীমুখী কিয় ?
মমতাৰ ৰাজনীতিত প্ৰৱেশৰ কাহিনী
“তেওঁ জন্মগতভাবে বিদ্ৰোহী ৷ নিৰ্ভীক আৰু আগ্ৰাসীভাবে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে ৷ আজি যি স্থানত তেওঁ থিয় হৈ আছে , সেয়া হ’ল প্ৰচণ্ড শ্ৰম আৰু কঠিন সংগ্ৰামৰ পৰিণতি ৷” –পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিষয়ে…
ছইবৰৰ পত্নী , এ আই ইউ ডি এফ প্ৰাৰ্থী মিনাক্ষী ৰহমানে কিমান সম্পত্তিৰ তথ্য লুকুৱালে ?
ছইবৰ ৰহমানৰ ১০৬ কোটি টকাৰ সম্পত্তি৷তাৰে ১০০ কোটি টকাৰেই মাটি৷কিন্তু পত্নী মিনাক্ষী ৰহমানৰ কিমান আছে সম্পত্তি?মিনাক্ষী ৰহমানে নির্বাচন আয়োগৰ ওচৰত লুকুৱাইছিল নেকি সম্পত্তিৰ তথ্য?
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ…
আৰু কিমান নন্দিতাই প্ৰাণ দিব লাগিব ?
নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই৷ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ধেমাজিৰ নন্দিতা শইকীয়াই আজি শেষ নিশ্বাস ত্যাগ কৰিলে৷কেৱল ধেমাজিতেই নহয়,এই ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে৷ সমান্তৰালভাবে নন্দিতা শইকীয়া আক্ৰমণৰ…
১০০ কৌটিৰ সম্পত্তি গঢ়া ছইবৰক বচাবলৈ তৎপৰ কোন বিধায়ক ?
নামে – বেনামে সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল এ চি এছ বিষয়া ছইবৰ ৰহমান ৷ ধুবুৰীৰ প্ৰাক্তণ অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানে চাকৰি কালত তেওৰ নিজৰ , দুগৰাকী পত্নীৰ নামত ক্ৰয় কৰিছিল ১০০ কৌটিতকৈও অধিক মূল্যৰ ভূ- সম্পত্তি ৷ মুঠ ৮৯ টা স্থানত থকা এই…
পাকিস্তানী নেত্ৰীৰ দাবী : কাশ্মীৰ দখল কৰাত তালিবানে সহায় কৰিব পাকিস্তানক
পাকিস্তানৰ শাসক দলৰ এগৰাকী নেত্ৰীৰ দাবী – আফগানিস্তান দখল কৰাত তালিবানক সহায় কৰিছে ইছলামাবাদে ৷ বিনিময়ত তালিবানে এইবাৰ কাশ্মীৰ দখল কৰি পাকিস্তানৰ হাতত তুলি দিব ৷
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল তেহৰিক –ই – ইনছাফৰ নেত্ৰী নীলম ইৰছাদ…
মাইক্ৰ’ফাইনেন্সৰে চৰকাৰৰ চুক্তি : কোনে , কেনেকৈ ঋণ ৰেহাই পাব ?
মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত মঙলবাৰে অসম চৰকাৰ আৰু মাইক্ৰ’ফাইনেন্স কোম্পেনীসমূহৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ অসমত ঋণ প্ৰদান কৰি থকা ৩৮ টা মাইক্ৰ’ফাইনেন্স কোম্পেনী আৰু বেংকে চুক্তিত স্বাক্ষৰ কৰে ৷ ২০২৩ চনৰ ৩১ মাৰ্চলৈ এই …
২০ বছৰত প্ৰথম : গ্ৰেপ্তাৰ কেন্দ্ৰীয় মন্ত্ৰী
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চৰিয়াম বুলি কৈ গ্ৰেপ্তাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানে ৷ মোদী মন্ত্ৰীসভাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰীগৰাকীক মঙলবাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বিগত ২০ বছৰত কেন্দ্ৰীয় মন্ত্ৰী গ্ৰেপ্তাৰ…
১০০ কৌটিৰ ভূ- সম্পত্তি ক্ৰয় কৰি গ্ৰেপ্তাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ স্বামী
সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল ৰাজপত্ৰিত চৰকাৰী বিষয়া ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে উৎসবিহীন সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এচিএছ বিষয়াগৰাকী হৈছে ছইবৰ ৰহমান ৷ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত…