শ্ৰেণী শীৰ্ষ সংবাদ

শিৱসাগৰৰ হোটেলত নিশা কি কথা পাতিলে অখিল গগৈ আৰু ভূপেন বৰাই ?

উপ- নিৰ্বাচনৰ প্ৰাকক্ষণত শিৱসাগৰত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷সোমবাৰে নিশা শিৱসাগৰৰ এখন হোটেলত দুয়োটা দলৰ নেতা দুগৰাকীয়ে প্ৰায় দুঘন্টা সময় ধৰি আলোচনা কৰে ৷ এই আলোচনাত বিশেষকৈ…

আসন্ন ক’ভিডৰ তৃতীয় ঢৌ :  সংক্ৰমিত হ’ব পাৰে নেকি আপোনাৰ সন্তান ?

দেশত ক’ভিডৰ দ্বিতীয় ঢৌ এতিয়াও শেষ হোৱা নাই ৷ তাৰ মাজতে আসন্ন তৃতীয় ঢৌৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা। কোভিডৰ তৃতীয় ঢৌয়ে  শিশু সকলক সংক্ৰমিত কৰিব বুলি বিশেষজ্ঞ সকলে কৰা সাৱধানবাণী শুনি এতিয়া চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ তথা…

যোৰহাটত বিজেপিৰ মঞ্চত কংগ্ৰেছী বিধায়ক

কেন্দ্ৰীয় কেবিনেটত স্থান লাভ কৰাৰ পাছত সৰ্বানন্দ সোণোৱালক আদৰিবলৈ বিজেপিয়ে তিনিদিনীয়াকৈ আশীৰ্বাদ যাত্ৰাৰ আয়োজন কৰিছে ৷ সোমবাৰে আশীৰ্বাদ যাত্ৰাৰ অন্তিম দিন ৷ অন্তিম দিনা যোৰহাট , মৰিয়ণি আদিত প্ৰাক্তণ মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা হয় ৷কিন্তু বিজেপিৰ আশীৰ্বাদ যাত্ৰাত যোৰহাটত বিজেপি নেতাসকলৰ…

অফগানিস্তানত কাৰ হাতত প্ৰাণ হেৰুৱালে ৩০০ তালিবানী সেনাই?

তালিবানে আফগানিস্তান দখল কৰিলে৷কিন্তু আফগানিস্তানত এনে এটা অঞ্চল আছে,যি অঞ্চল দখলৰ স্বপ্ন কোনোদিনেই পূৰ হোৱা নাই তালিবানৰ৷সেইয়া লাগিলে ২০ বছৰৰ পূর্বেই হওক অথবা বর্তমানেও হওক৷ কাবুল দখলৰ পিছতেই তালিবানী সেনা অগ্ৰসৰ হৈছিল পাঞ্জশিৰ উপত্যকা দখলৰ দিশে৷কিন্তু এইবাৰো এই অভিযান সফল…

সোণোৱালৰ জন আশীর্বাদ যাত্ৰাৰ আজি অন্তিম দিন

সমালোচনা আৰু সম্বর্ধনাৰ মাজত আজি অন্ত পৰিব সৰ্বানন্দ সোণোৱালৰ জন আশীর্বাদ যাত্ৰা।কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত বিগত শনিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছিল সর্বানন্দ সোণোৱাল।সেইদিনাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰম্ভ হৈছিল সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰা। জন আশীর্বাদ যাত্ৰাৰ…

কেনেকৈ এ আৰ ৰহমানৰ মিউজিক চুৰিত অভিযুক্ত হ’ল অসম চৰকাৰ ?

সংগীত জালিয়াতিৰ অভিযোগত অভিযুক্ত হৈছে অসম চৰকাৰ ৷ বিশ্ব বিশ্ৰুত সংগীতজ্ঞ এ আৰ ৰহমানৰ মিউজিক চুৰিৰ অভিযোগ উত্থাপণ হৈছে অসম চৰকাৰৰ বিৰুদ্ধে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ ১০০ দিন সম্পূৰ্ণ হোৱা…

বিৰোধী জোট : কংগ্ৰেছে নাপাব নেকি বিগব্ৰাডাৰৰ আসন ?

কংগ্ৰেছ দলৰ একক নেতৃত্ব আন বিৰোধী দলসমুহে মানি নলয় ৷ অন্যান্য দলসমূহৰ দৰেই কংগ্ৰেছেও বিৰোধী ঐক্যজোটত অংশ গ্ৰহণ কৰিব লাগিব ৷ শুকুৰবাৰে ছোনিয়া গান্ধীয়ে আহ্বান জনোৱা ১৯ বিৰোধী দলৰ বৈঠকৰ পাছত বহু নেতাৰ মুখত এনে সুৰেই শুনা গ’ল ৷ বৈঠকত…

নাগপুৰত ১১ বছৰে কি কৰিছিল তালিবান যোদ্ধাই ?

১১ বছৰ ধৰি নাগপুৰত অবৈধভাৱে বসবাস কৰিছিল এজন তালিবান যোদ্ধাই ৷ এই তালিবান যোদ্ধাৰ ফটো শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছত হতচকিত হৈ পৰিছে দেশৰ নিৰাপত্তা সংস্থাসমূহ অফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে বহু তালিবান যোদ্ধাৰ ফটো প্ৰকাশ পাইছে ৷ তাৰ মাজৰ এজন…

বিৰোধীৰ বৈঠক : ছোনিয়া গান্ধীয়ে প্ৰথমবাৰৰ বাবে কি ডাঙৰ আহ্বান জনালে ?

লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী দলসমূহে ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ আ্হ্বানমৰ্মে শুকুৰবাৰে ১৯ বিৰোধী দলৰ নেতাৰ এখন ভাৰ্ছুয়েল বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত টি এম চি , এন চি পি , ডি এম কে , শিৱসেনা , জে…

ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্ৰশিক্ষণ লোৱা ‘ছেৰু’ কেনেকৈ তালিবানৰ দুৰ্ধৰ্ষ নেতা হ’ল ?

ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ সকলোৰে প্ৰিয় ‘ছেৰু’ আজি তালিবানৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ ৷ সেইগৰাকী ‘ছেৰু’ , যি আছিল ডেৰাডুনৰ মিলিটেৰী একাডেমীৰ এজন সুদক্ষ কেডেট , তেও আজি তালিবানৰ শীৰ্ষ নেতা ৷ শিক্ষক , সহপাঠী কোনেও বিশ্বাস কৰিব পৰা নাই এই কথা ৷কিন্তু…