Browsing Category
শীৰ্ষ সংবাদ
এইবাৰ সলনি হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী
বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী সলনিৰ কুচকাৱাজ ৷ শণিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে অমৰিন্দৰ সিঙে ৷
আজি পুৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ৷…
নিৰ্মাণৰ আগতেই অন্তৰ্ধান হ’ল মাজুলীৰ দলঙৰ আধা অংশ
দলঙৰ নামত মাজুলীবাসীক দীৰ্ঘদিন ধৰি কৰি অহা প্ৰবঞ্চনাৰ পৰিণতিত বুধবাৰে নিমাতীঘাটত সংঘটিত হ’ল ভয়াৱহ নাও দুৰ্ঘটনা ৷কাৰ ভুল , কাৰ হেমাহিত এই ভয়াৱহ ঘটনা সংঘটিত হ’বলৈ পালে , তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পথ…
ফেৰীবোৰেই নহয় , ভোটবোৰো অসুৰক্ষিত
জুৰি বৰুৱা
কোনো দুৰ্যোগেই কেৱল প্ৰাকৃতিক নহয়, বিশেষকৈ আধুনিক আধিপত্যৰ দিনত । কাৰণ ইয়াৰ সৈতে জড়িত থাকে দুৰ্যোগ প্ৰশমন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে দুটা গুৰুত্বপূৰ্ণ দিশ। কিন্তু ভাৰতবৰ্ষৰ দৰে দেশতো আজিৰ তাৰিখতো এই দুয়োটা দিশৰে…
মাজুলীৰ দাবী : আমাক এখন দলং লাগিবই
নৱজিৎ চেলেং
আজিৰ তাৰিখত আমি কি বিচাৰিম- জীৱনৰ মূল্য নে এখন দলঙৰ দাবী, দুৰ্ঘটনাত পতিত মানুহৰ বাবে ন্যায় নে ৰাজনৈতিক ষড়যন্ত্ৰৰ দাবীত এক গণ আন্দোলন? হয়তো সেই দোমোজাৰেই আজি মাজুলীৰ পদূলিবোৰলৈ সন্ধিয়াটো সোমাই আহিছে। ৰাতিটোৱে ঘৰবোৰক গিলি…
নিমাতীঘাটৰ ট্ৰেজেডি : নামঘৰত সেৱা লৈ উভতিছিল পৰিমিতা
যোৰহাটৰ নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাত মৃত্যু হ’ল মাজুলীৰ ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে বুধবাৰে বন্ধ আছিল কলেজ ৷ সেইবাবেই মাতৃৰ সৈতে গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ গৈছিল পৰিমিতা দাস ৷…
নিমাতীঘাটৰ দুৰ্ঘটনাত সহকাৰী অধ্যাপিকাৰ মৃত্যু
যোৰহাটৰ নিমাতীঘাটত হোৱা নাও দুৰ্ঘটনাত মাজুলীৰ ৰঙাচাহী কলেজৰ অসমীয়া সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ তেওৰ ঘৰ গুৱহাটীৰ কাহিলীপাৰাত ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় পৰিমিতা দাসৰ ৷
আজমল – হিমন্তৰ গোপন মিতিৰালিৰ প্ৰমান এই নিৰ্দেশ নেকি ?
নিৰ্বাচনৰ আগলৈকে বদৰুদ্দিন আজমল আছিল অসমীয়া জাতিৰ শত্ৰু ৷ দিছপুৰৰ দহ কিলোমিটাৰ ব্যাসাৰ্ধত আজমলক সোমাব নিদিয়াৰ হুংকাৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচন পাৰ হৈ গ’ল ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ’ল ৷ সময়ৰ গতিত মুখ্যমন্ত্ৰী হিমন্ত…
ভাৰতৰ বিৰুদ্ধে সীমান্তত কি নতুন যুদ্ধ-কৌশল অৱলম্বন কৰিছে চীনে?
তালিবানৰ আফগানিস্তান দখলক লৈ ভাৰতত উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ চীন সীমান্তৰ পৰা আহিছে নতুন খবৰ। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে এজন নতুন জেনেৰেলক ইণ্ডো-চীন সীমান্তৰ দায়িত্ব দিবলৈ সাজু হৈছে। এই মূহুৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতীয়…
শ্ৰীলংকাৰ ভয়াবহ অৰ্থনৈতিক সংকটৰ কাৰণ কি ?
মাত্ৰ ৬৫ হাজাৰ বৰ্গকিলোমিটাৰ ভূখণ্ড আৰু ২ কোটি ২ লাখ জনসংখ্যাৰ এখন দেশ ৷ আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা অসমতকৈও সৰু ৷ কিন্তু ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ পিনৰ পৰা বিশ্ববাসীৰ বাবে সদায়ে কৌতুহলৰ বিষয় হৈ আহিছে এই দেশখন ৷ দেশখন হ’ল…
নিজৰ ৰাজ্যত নিজেই বোমা বিস্ফোৰণ ঘটোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কাহিনী
এজন আশীৰ উৰ্ধৰ ৰাজনীতিক ৷ বিগত চাৰিটা দশক ধৰি ভাৰতীয় ৰাজনীতিৰ বহু উত্থান – পতনৰ সাক্ষী তেও ৷ বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ অনুঘটক ৷ এসময়ত দেশৰ অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল ৷ তেও মুখ্যমন্ত্ৰী হোৱা ছদিন পাছতে ডাউদ…