শ্ৰেণী শীৰ্ষ সংবাদ

ভাৰতক দু:শ্চিন্তাত পেলোৱা চীনৰ নতুন সীমা আইনত কি আছে ?

অৰুণাচল সীমান্তৰ বিবাদমান ভূমিত চীনে নিৰ্মান কৰিছে ১০০ টা ঘৰ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে ভাৰতক চিন্তাত পেলাইছে ৷ কিন্তু একেসময়তে চীনে প্ৰণয়ন কৰিছে নতুন সীমা আইন ৷এই আইনো ভাৰতৰ বাবে দু:শ্চিন্তাৰ কাৰণ হৈ পৰিছে ৷ কি আছে…

সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও

চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ পূৰ্বে অৰুণাচল…

অসমীয়া চিনেমা নোচোৱা ব্যক্তিক কিয় চলচ্চিত্ৰ উন্নয়নৰ দায়িত্ব ?

অসমীয়া ছবি মই এখনো চোৱা নাই এতিয়ালৈকে ৷ ভিলেজ ৰকষ্টাৰ্ছৰ বাহিৰে ৷ দূৰদৰ্শন নামৰ মুভীখন ভাল হোৱা বুলি শুনিছিলো কিন্তু চাবলৈ নাপালো ৷ বাকী মুভীবোৰক বেছি গুৰুত্ব দিয়া নাই ৷বহুত ভাল হোৱা বুলি ভবা নাই ৷ হিন্দী মই চব মুভী…

পেট্ৰ’ল – ডিজেলৰ দাম আচলতে কিমান বাঢ়িল , কিমান কমিল ?

সৌ সিদিনালৈকে পেট্ৰ’ল – ডিজেলৰ দাম আছিল আন্ত: ৰাষ্ট্ৰীয় বিষয় ৷ শাসক দলৰ নেতা – কৰ্মীসকলৰ মতে ইয়াৰ লগত ভাৰত বা অসম চৰকাৰৰ একো কৰিবলগীয়া নাই ৷ কিন্তু বুধবাৰৰ দিনটোত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া উদ্যোগত অসমত পেট্ৰ’লৰ দাম একেকোবে…

জুৰি বৰা বৰগোহাঞিৰ লগত ফেচবুক পেপাৰ্ছৰ কি সম্পৰ্ক ?

লেখিকা , ঔপন্যাসিকা জুৰি বৰা বৰগোহাঞিক অকথ্য , অভব্য , অশালীন ভাষাৰে ফেচবুকত আক্ৰমণ কৰা হৈছে৷ মূলত: দীপাৱলী সম্পৰ্কীয় পোষ্ট এটাৰ বাবেই তেওক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ৷ জুৰি বৰা বৰগোহাঞিক মুছলমান , খ্ৰীষ্টানৰ এজেন্ট আখ্যা দিয়াৰ উপৰিও যিবোৰ…

মাটিৰ দালালৰ বিৰুদ্ধে অভিযান : ৰৌ বৰালি জালত পৰিবনে ?

দালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ ক’ত ক’ত অভিযান ?
মনোনয়ন দাখিল কৰি সৰ্বানন্দ সোণোৱালে কি ক’লে ?
বুধবাৰে কিমান খড়্গ দাহ কৰা হ’ব ?
আদানীৰ বিমানবন্দৰত কিমান হিৰোইন জব্দ হ’ল ?
ৰাছিয়া , কানাডাৰ নিৰ্বাচনত কোন জিকিল ?

তৃণমূলত যোগ দিলে মোদী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীয়ে

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বাবুল সুপ্ৰিয়ই শণিবাৰে যোগ দিয়ে তৃণমূল কংগ্ৰেছত ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত তেও দলটোত যোগদান কৰে ৷ উল্লেখ্য যে পশ্চিমবংগৰ পৰা দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল বংগৰ জনপ্ৰিয় গায়কগৰাকী ৷ নৰেন্দ্ৰ…

এইবাৰ সলনি হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী সলনিৰ কুচকাৱাজ ৷ শণিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে অমৰিন্দৰ সিঙে ৷ আজি পুৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি পঞ্জাৱ…

নিৰ্মাণৰ আগতেই অন্তৰ্ধান হ’ল মাজুলীৰ দলঙৰ আধা অংশ

দলঙৰ নামত মাজুলীবাসীক দীৰ্ঘদিন ধৰি কৰি অহা প্ৰবঞ্চনাৰ পৰিণতিত বুধবাৰে নিমাতীঘাটত সংঘটিত হ’ল ভয়াৱহ নাও দুৰ্ঘটনা ৷কাৰ ভুল , কাৰ হেমাহিত এই ভয়াৱহ ঘটনা সংঘটিত হ’বলৈ পালে , তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পথ…

ফেৰীবোৰেই নহয় , ভোটবোৰো অসুৰক্ষিত

জুৰি বৰুৱা কোনো দুৰ্যোগেই কেৱল প্ৰাকৃতিক নহয়, বিশেষকৈ আধুনিক আধিপত্যৰ দিনত । কাৰণ ইয়াৰ সৈতে জড়িত থাকে দুৰ্যোগ প্ৰশমন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে দুটা গুৰুত্বপূৰ্ণ দিশ। কিন্তু ভাৰতবৰ্ষৰ দৰে দেশতো আজিৰ তাৰিখতো এই দুয়োটা দিশৰে আলোচনা হয় দুৰ্যোগটোৰ পাছত।  আৰু…