Category শীৰ্ষ সংবাদ

EXCLUSIVE: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ, ৩৩ কোটিৰ কেলেংকাৰীত অভিযুক্তক অত্যাধিক লাভজনক দৰত ঠিকা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ঘনশ্যাম ধানুকাই নহয় , কোভিডকালত ঠিকা লাভ কৰা বিশেষ ব্যক্তিসকলৰ তালিকাত আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আৰু এজন পুৰণি ব্যৱসায়িক অংশীদাৰ ৷ তাতেই তেওঁৰ পৰিচয় শেষ নহয় ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী…

পি পি ই কীটঃ ৰিণিকি ভূঞা শৰ্মাৰ ঠিকাক কিয় দান বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ?

পি পি ই কীটক লৈ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে প্ৰকাশ কৰা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে অসমৰ ৰাজনীতিত ৷ সংবাদ সংস্থা দুটাই আৰ টি আই তথ্যৰ ভিত্তিত প্ৰকাশ কৰা বাতৰিত স্পষ্ট হৈ পৰিছে যে অসম চৰকাৰে জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ…

EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ

ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ধানুকা পৰিয়ালৰ ব্যৱসায়িক লেনদেনৰ আৰু এক গোপন অধ্যায় ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনশ্যাম ধানুকাৰ পৰিয়ালৰ মাজত কেৱল ঘনিষ্ঠ সম্পৰ্কই নাই , আছে ব্যৱসায়িক লেন-দেনো ৷

EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত ব্যৰ্থ ৰিণিকি ভূঞা শৰ্মা

সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ (এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে)   কোভিড মহামাৰীয়ে যি সময়ত সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল, জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যলৈ চৰম ভাবুকি কঢ়িয়াই…

মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই…

ক’ত হেৰাল চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পিপিই কীট? NHM-য়ে ক’লে-”আমি নাজানো”

চীনৰ পৰা ৫০ হাজাৰ পিপিই কীট ক্ৰয়ৰ বাতৰিয়ে দখল কৰিছিল ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম। প্ৰশংসিত হৈছিল তদানীন্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু বিগত ১০ মাৰ্চত  দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰাৰ কথা অস্বীকাৰ কৰি কয়,’এন এইচ এম, অসমে কেতিয়াও কোনো পৰিস্থিতিত চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰা নাই ৷’

দ্য ক্ৰছকাৰেণ্ট ৰিপ’ৰ্ট কাৰ্ডঃ ৩৯১টা প্ৰতিশ্ৰুতিৰ মাত্ৰ ৭টাতহে সফল হিমন্ত বিশ্ব

প্ৰত্যুষদ্বীপ কটকী  মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোটৰ চৰকাৰৰ প্ৰথমটো বছৰৰ বর্ষপূর্তিক লৈ সৃষ্টি হৈছে অভূতপূর্ব পৰিৱেশ। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বর্ষপূর্তি পালনৰ পৰা আৰম্ভ কৰি ৰাজ্যত সৃষ্টি কৰিব বিচৰা হৈছে এক উৎসৱমুখৰ পৰিস্থিতিৰ। টিভিৰ পর্দাত, ৰাজপথৰ হর্ডিঙত…

প্ৰতিহিংসাৰ ৰাজনীতি: দেশত আৰম্ভ হৈ গ’ল নেকি গৃহযুদ্ধ ?

দেশত সূচনা হৈছে গৃহযুদ্ধৰ ৷ প্ৰতিহিংসা আৰু প্ৰতিস্পৰ্ধাই অশান্ত কৰি তুলিছে ইখনৰ পাছত সিখন ৰাজ্য ৷ কেন্দ্ৰীয় চৰকাৰে বিৰোধীক মষিমূৰ কৰিবলৈ যিপাত অস্ত্ৰ ব্যৱহাৰ কৰিছে , সেই একেপাতেই অস্ত্ৰ হাতত তুলি লৈছে বিৰোধী শাসিত ৰাজ্যসমূহেও ৷ ৰাজ্যৰ আৰক্ষী বাহিনীসমূহৰ মাজত…

অবিশ্বাস্য ৷ অবাঞ্চিত ৷ মাংস নিষিদ্ধক লৈ আৰম্ভ হৈছে নতুন ৰাজনীতি ৷

অবিশ্বাস্য ৷ অবাঞ্চিত ৷ মাংস নিষিদ্ধক লৈ আৰম্ভ হৈছে নতুন ৰাজনীতি ৷ গো – মাংস নহয় , সকলো মাংস আৰু কণী নিষিদ্ধ কৰি কি ৰাজনীতি আৰম্ভ কৰিছে বিজেপিয়ে ?   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে…

কোনো প্ৰধানমন্ত্ৰীয়েই ৭৫ বছৰীয়া ইতিহাসত ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰিব নোৱাৰা এখন দেশ পাকিস্তান।

কোনো প্ৰধানমন্ত্ৰীয়েই ৭৫ বছৰীয়া ইতিহাসত ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰিব নোৱাৰা এখন দেশ পাকিস্তান।কোনোবা যদি প্ৰধানমন্ত্ৰী হৈছে দুসপ্তাহৰ বাবে আন কোনোবা হৈছে সৰ্বাধিক ৪ বছৰ দুমাহৰ বাবে।অসম্পূৰ্ণ কাৰ্যকালেৰে প্ৰধানমন্ত্ৰী কেৰিয়াৰৰ জৱনিকা পেলোৱা প্ৰধানমন্ত্ৰীসকলক লৈ এক প্ৰতিৱেদন—