সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ক’ভিড

ধানুকা, জাজোদিয়াৰ বাবে ঠিকাৰ তথ্য লুকুৱাইছে নেকি এন এইচ এমে ?

মুখ্যমন্ত্ৰীয়ে গাখীৰ – কল কিমান খালে তাৰ তথ্য দিব ৷ ৫০ গ্ৰাম নে ১০০ গ্ৰাম বাটাৰ খালে তাৰো হিচাপ দিব ৷ কিন্তু কিয় হিচাপ নিদিয়ে কোভিডৰ মোকাবিলা কৰাৰ নামত কাক কিমান টকাৰ ঠিকা দিলে ৷ দ্য ক্ৰছকাৰেন্টৰ তিনিখন আৰ টি আই অবেদন , বিধানসভাত তিনিগৰাকী…

কাৰ লুণ্ঠনৰ তথ্য গাপ দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ?

কথাই কথাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় স্বচ্ছতাৰ কথা ৷ দুৰ্নীতিমুক্ত প্ৰশাসনৰ শ্ল’গান মুখ্যমন্ত্ৰীৰ প্ৰতিটো বক্তব্যত শুনা যায় ৷ কিন্তু খোদ মুখ্যমন্ত্ৰীয়ে এসময়ত ব্যয় কৰা ৰাজহুৱা ধনৰ হিচাপ দিবলৈ অপাৰগতা প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী ড:…

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন ।

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন । বিগত শনিবাৰে চীনত নতুনকৈ আক্রান্ত হৈছে ২১৫৭ জন ব্যক্তি লগতে চীন প্ৰশাসনৰ খবৰ অনুসৰি শনিবাৰে মৃত্যু হয় দুজন ব্যক্তিৰ। তথ্য অনুসৰি আক্ৰান্ত সকলৰ অধিকাংশই জিলিন প্ৰদেশৰ বুলি জানিব পৰা…

আকৌ বিশ্ববাসীয়ে কটাব লাগিব নেকি লকডাউনত?

আকৌ কোভিড আক্ৰন্ত হৈ মানুহ মৰিছে চীনত৷বিগত এটা বছৰৰ পিছত প্ৰথমবাৰলৈ কোভিড আক্ৰান্তৰ মৃত্যৰ খবৰ আহিছে চীনৰ পৰা৷চীনতেই আৰম্ভ হৈছিল কোভিডৰ সংক্ৰমণ৷কিন্তু বিশ্বক চমক দেখুৱাই কোভিড শূন্য হৈ উঠিবলৈ সক্ষম হৈছিল চীন৷কিন্তু কোভিড আক্ৰন্ত হৈ এটা বছৰৰ…

পুনৰ চীন আক্ৰান্ত কোভিডত

সম্প্ৰতি চীনত গৃহবন্দী হৈ আছে প্ৰায় ৩০ মিলিয়ন জনতা। তথ্য অনুসৰি মঙ্গলবাৰে চীনত ৫২৮০ জন নতুন কোভিড ৰোগী চিনাক্ত হয়। এই পৰিসংখ্যা পূৰ্বৱৰ্তী দিনৰ তুলনাত দুগুণতকৈও অধিক। ৰাষ্ট্ৰখনৰ প্ৰায় ১৩ খন চহৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে।…

গোমূত্ৰৰে কোভিড নিৰ্মূল কৰা বিজেপি নেত্ৰী বৰ্তমান কোভিড আক্ৰান্ত

বিজেপিৰ বিতৰ্কিত নেত্ৰী সাধ্বী প্রজ্ঞা সিংহ ঠাকুৰ আক্ৰান্ত কোভিডত। নেত্ৰীগৰাকীয়ে এটা টুইটযোগে এই কথা সদৰী কৰে । বিগত বৰ্ষত কৰ'না নিৰাময় সন্দৰ্ভত আচহুৱা মন্তব্য কৰি চৰ্চালৈ আহিছিল নেত্ৰীগৰাকী। তেওঁ কৈছিল গোমূত্ৰ সেৱন কৰ'না নিৰাময়ৰ এক উত্তম…

ক’ভিডৰ নতুন ভেৰিয়েন্টৰ তথ্য

সমগ্ৰ বিশ্বতে আতংক সৃষ্টি কৰা ক’ভিডৰ ডেল্টা আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ পিছতেই BA.2 নামৰ এটা নতুন ভেৰিয়েণ্ট পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ইন্দোৰত অ’মিক্ৰনৰ চাব-ভেৰিয়েণ্ট বিএ-2 পোহৰলৈ আহিছে। ইতিমধ্যে মধ্য প্ৰদেশত BA- 2 ভেৰিয়েণ্টত ১৬ জন লোকক দেহত…

আৰু এসপ্তাহলৈ নিষিদ্ধ নিৰ্বাচনী সভা-সমদল

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ ৰাজ্যত নিৰ্বাচনী সভা , সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰাখিছে নিৰ্বাচন আয়োগে ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শণিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচন আয়োগৰ বৈঠকত নিৰ্বাচনী সভা-সমদল আৰু এসপ্তাহলৈ নিষিদ্ধ কৰাৰ…

দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াত অমান্তি দিল্লীৰ উপ-ৰাজ্যপালৰ

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। পৰবৰ্তী সময়ত কেজৰিৱালে উপ-ৰাজ্যপাল অনিল বেইজাললে অন্তিম অনুমোদনৰ বাবে প্ৰস্তাৱটি প্ৰেৰণ কৰিছিল।  অনিল বেইজালে এই প্ৰস্তাৱত…

স্বাস্থ্য মন্ত্ৰালয়ে মাস্ক পৰিধান নকৰিবলৈ আহ্বান জনালে এইসকল লোকক….

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বৰ্তমান ক’ভিড ১৯ য়ে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লগতে ৰাজ্যবাসীয়ো ক'ভিডৰ তৃতীয়টো ঢৌত আক্রান্ত হৈছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে মাস্কৰ সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্রণালয়ে কয়, ৫ বছৰ…