Browsing Category
ক’ভিড
ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড সংক্ৰমণঃ দেওবাৰৰ দিনটোত প’জিটিভ ২৫৯
ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে ক'ভিড সংক্ৰমণ। দেওবাৰৰ দিনটোত ৰাজ্যত ২৮২৫১ টা ক'ভিড পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে ২৫৯ গৰাকী ৰোগীৰ শৰীৰত ধৰা পৰে মাৰাত্মক ক'ভিড। দেওবাৰে প'জিটিভিটিৰ হাৰ ০.৯২ শতাংশ। বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত…
আকৌ আহিছে ক’ভিডঃ একে দিনাই দেশত আক্ৰান্ত ৪০,০০০
দেশত অব্যাহত আছে ক'ভিডৰ কালৰূপ। ৰোগীৰ সংখ্যা প্ৰতিদিনে প্ৰায় ৪০০০০ বৃদ্ধি হৈ আছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে ৰাতিপুৱা প্ৰকাশ কৰিছে এই তথ্য । মন্ত্ৰালয়ৰ মতে বিগত ২৪ ঘণ্টাত ৩৮,৯৪৮ নতুন ৰোগী ক'ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা…
সাৱধান! ভাৰতত চিনাক্ত কৰা হৈছে নকল ক’ভিড ভেকচিন
দেশত ক'ভিডৰ ক্ষিপ্ৰ টীকাকৰণ চলি থকাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতি যোগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত কভিশ্বিল্ডৰ নকল সংস্কৰণ চিনাক্ত কৰা হৈছে।
বিবৃতিটোত কোৱা হৈছে যে জুলাইৰ পৰা…
অক্সিজেনৰ তথ্য কিয় নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ?
ৰাজ্যসভাত কংগ্ৰেছ সাসংদ কে চি বেনুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূণ্য। অৰ্থাৎ এজনো ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই।
কংগ্ৰেছ সাসংদ বেনুগোপালে কেন্দ্ৰক…
ভেকচিনৰ নামতো ব্যৱসায়ত ব্যস্ত কেন্দ্ৰীয় চৰকাৰ!
ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী সুভাষ গৰ্গে ভেকচিনৰ নামতো কেন্দ্ৰীয় চৰকাৰে ব্যৱসায় আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সুভাষ গৰ্গে জনোৱা অনুসৰি চিৰম ইন্সটিটিউতক ভেকচিন ক্ৰয় কৰাৰ বাবে ধন দিয়াৰ উপৰিও প্ৰতিটো ভেকচিন ডোজৰ নামত কেন্দ্ৰীয়!-->…
মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে কিয় এইসকল কোভিড যোদ্ধাক?
কোভিডৰ ভয়াৱহতাৰ সময়ত নিজক তুচ্ছ জ্ঞান কৰি তেওঁলোক কোভিড বিৰোধী যুদ্ধৰ সন্মুখৰ শাৰীত থিয় হৈছিল।নিজৰ জীৱনৰ প্ৰতি অহা চৰম সংশয়ক আওকাণ কৰি তেওঁলোক আনৰ জীৱন ৰক্ষাৰ যুঁজত অৱৰ্তীন হৈছিল।সংকটৰ সময়ত আনৰ জীৱন ৰক্ষা কৰা এইসকল কোভিড যোদ্ধা আজি নিজেই!-->…