সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#thecrosscurret

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু

ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণত অঘটন। ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু। বোকাখাতৰ মিলনপুৰৰ ৰামেশ্বৰ ৰবি দাসৰ মৃত্যু। ৰামেশ্বৰ ৰবি দাসৰ গাৰ ওপৰেৰে লৈ যায় ৰাষ্ট্ৰপতিগৰাকীৰ কনভয়ৰ ৩ খনকৈ বাহন। উল্লেখ্য যে, আজি…

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ প্ৰস্তুতি কেন্দ্রীয় চৰকাৰৰ

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ প্ৰস্তুতি চলাইছে কেন্দ্রীয় চৰকাৰে। এয়াৰ ইণ্ডিয়া বিমানেৰে ওভতাই আনিব ভাৰতীয়সকলক। প্ৰথমে ইউক্রেনত অধ্যয়ন কৰি থকা ছাত্র-ছাত্ৰীসকলক ওভতাই অনাৰ পৰিকল্পনা কৰিছে চৰকাৰে। যাত্ৰাৰ সকলো খৰচ বহন কৰিব ভাৰত…

পুটিনে কিয় ইউক্ৰেইন আক্ৰমণ কৰিলে ?

সমগ্ৰ বিশ্বই এতিয়া এজন মানুহৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিছে ৷ তেওৰ নাম ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন ৷ আমেৰিকা , ইউৰোপৰ কঠোৰ সকীয়ণি , সমগ্ৰ বিশ্বৰ আগ্ৰহ – আবেদন নেওচি তেও ইউক্ৰেইন আক্ৰমণ কৰিছে ৷ এক সংশয়পূৰ্ণ পৰিস্থিতিৰ দিশে ঠেলি দিছে…

“পুটিনৰ কাম-কাজ হিটলাৰৰ দৰে”…..

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ নিৰ্দেশনা দিয়াৰ পাছতেই এই নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ দাবীৰে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাজপথলৈ ওলাই আহিছে ৰাছিয়াৰ সহস্ৰজন বাসিন্দা৷ ৰাছিয়াৰ ৰাজধানী মস্কোত প্ৰতিবাদ কৰে শ শ জনতাই। পোষ্টাৰত…

বিপদৰ সময়ত আমেৰিকাই সংগ এৰিলে ইউক্ৰেইনৰ

ইউক্ৰেইনত ৰাছিয়াই ১৬০ টাতকৈও অধিক মিছাইলেৰে এতিয়ালৈকে আক্ৰমণ চলালে ৷ দুৰ্বল ইউক্ৰেইনৰ একমাত্ৰ আশা – ভৰষা আছিল আমেৰিকা আৰু নৰ্থ আটলান্টিক এছোছিয়েশ্যন অৰ্থাৎ নাটো ৷ কিন্তু বিপদৰ সময়ত সকলোৱে অকলশৰীয়া কৰিলে ইউক্ৰেইনক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’…

এইবাৰ চীনেও ৰচিছে আক্ৰমণৰ পৰিকল্পনা

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই চীনে গ্ৰহণ কৰিছে এক নতুন পৰিকল্পনা ৷ বৃহস্পতিবাৰে টাইৱানৰ আকশত দেখা যায় চীনৰ ৯ খনকৈ যুঁজাৰু বিমান ৷ এইদৰে এটা মাহত চীনে ১২ বাৰ টাইৱানত প্ৰৱেশৰ চেষ্টা চলাইছে ৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পূৰ্বে চীন…

ইউক্ৰেইনত ইটোৰ পাছত সিটো মিছাইলেৰে আক্ৰমণ : দ্বিতীয় বিশ্বযুদ্ধৰ দৰে পৰিৱেশ

ইটোৰ পাছত সিটো মিছাইল আক্ৰমণত ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই কয় যে ৰাজধানী কীৱত ৰাছিয়াই ভয়ানক ৰকেট আক্ৰমণ সংঘটিত কৰিছে ৷ ১৯৪১ চনত শেষৰবাৰৰ বাবে এই চহৰ এনে ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন…

ইউক্ৰেইন যুদ্ধ : ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়ালৈকে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহন কৰা নাই ৷ এক নিৰপেক্ষ অৱস্থানৰ পৰা ভাৰতে কেৱল শান্তিৰ আহ্বানহে কৰি আহিছে ৷ কিন্তু আজিৰ…

ইউক্ৰেইন যুদ্ধ : কোন দেশ কাৰ লগত ?

ৰাছিয়াই ইউক্ৰেইনত ক্ৰমাগত দ্বিতীয়টো দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ যুদ্ধৰ বিভীষিকা সমগ্ৰ বিশ্বতে অনুভূত হৈছে ৷ এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ একাংশ দেশে ৰাছিয়াৰ পক্ষ গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই ইউক্ৰেইনৰ কাষত…

যুদ্ধ আৰম্ভ : ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ মোদীলৈ কি আহ্বান?

বৃহস্পতিবাৰে পুৱাৰে পৰা ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই ৷ এনে পৰিস্থিতিত ইউক্ৰেইনে বিচাৰিছে ভাৰতৰ সহায় ৷ ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ডা: আইগৰ পোলিখাই সংবাদমাধ্যমৰ আগত কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সন্মানীয়…