সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

ঋণ লৈও আগুৱাব পৰা নাই কিয় অসম?

ঋণ লৈ আগুৱাইছে কেৰালা৷পিছুৱাইছে কিয় অসম?সদনত উত্থাপন হৈছে অসম চৰকাৰৰ ঋণৰ প্ৰসংগ৷বিধায়ক অখিল গগৈয়ে কার্টুন অংকিত টি চার্ট পিন্ধি বিধানসভাৰ প্ৰাংগণত সাব্যস্ত কৰিছে প্ৰতিবাদ৷তাৰমাজতে সদনত মুখ্যমন্ত্ৰীৰ বক্তব্য-ঋণ লব পৰা শক্তিৰ বাবে অসম চৰকাৰ…

মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা….

মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা….ললিত গগৈৰ ফেচবুকৰ পৰা ললিত গগৈ মাত্ৰ ৪০০ কোটি । মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা থাকোতেই শৰৎ চন্দ্ৰ সিংহৰ চিন্তাত টোপনি খতি ।…

উপন্যাসে বাস্তৱৰ লগত ব্যক্তিৰ মুখামুখিৰ কথা কয় : প্ৰদীপ আচাৰ্য

প্ৰথম অসমীয়া ‘ডিছট’পীয়েন’ উপন্যাস ‘অৰ্বাচীন’ উন্মোচন গুৱাহাটী, ১৯ ডিচেম্বৰ : ‘উপন্যাস বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে নহয়। বিশ্বৰ বিষয়েও নহয়। উপন্যাস জীৱন-জগতৰ বিষয়ে। ই বাস্তৱৰ লগত পৰিচিতিৰ কথা নেভাবে। পৰ্যালোচনাও নকৰে। বাস্তৱৰ লগত ব্যক্তিৰ…

সংবাদমাধ্যমৰ ভূমিকাক লৈ মুখ্য ন্যায়াধীশৰ ইমান আক্ষেপ কিয় ?

অৰূপ কলিতা অপ্ৰত্যাশিতভাৱে মেডিয়াৰ কেনভাছৰ পৰা অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰণা অদৃশ্য হৈ পৰিছে ৷- এইদৰে আক্ষেপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই ৷ এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ…

১৬ আৰু ১৭ ডিচেম্বৰত বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বেংক

কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ ১৬ আৰু ১৭ ডিচেম্বৰত বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বেংক। এই দুদিনত কৰ্ম দেশব্যাপী ধৰ্মঘট কৰাৰ পৰিকল্পনা কৰিছে বেংকৰ কৰ্মচাৰী সকলে। SBIকে ধৰি আন বেংকবোৰে কৰ্মচাৰীসকলক ধৰ্মঘট নকৰিবলৈ আহ্বান জনোৱাৰ পিছতো নিজৰ…

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে তামিনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত কেপ্টেইন বৰুণ সিঙে

অৱশেষত গ্ৰুপ কেপ্টেইন বৰুণ সিঙেও আজি মৃত্যুৰ ওচৰত হাৰ মানিলে। আজি কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিলে বীৰ সৈনিকগৰাকীয়ে। ৮ ডিচেম্বৰত তামিলনাডুত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত একমাত্ৰ জীৱীত ব্যক্তি আছিল কেপ্টেইন বৰুণ সিং। উল্লেখ্য যে…

গুৱাহাটী বিশ্ববিদ্যালয়ত কোভিডৰ আতংকঃ বাতিল সাংস্কৃতিক সন্ধিয়া

আজি কোভিড পজিটিভ হল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২১ জনকৈ শিক্ষাৰ্থী। সেয়েহে এতিয়া আগন্তুক পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। তদুপৰি বিশ্ববিদ্যালয়খনে ১৪ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছে।…

আদালতৰ কাঠগড়াত কৃষকৰ ওপৰেৰে গাড়ী চলোৱা মন্ত্ৰীপুত্ৰঃ কি কলে আদালতে?

চলিত বৰ্ষৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ কথা হয়তো কোনোয়েই পাহৰিব পৰা নাই। উল্লেখ্য যে লখিমপুৰত বিগত ৩ অক্টোবৰ দেওবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ বিৰোধিতাৰে ক'লা পতাকা উৰুৱাইছিল কৃষি আইনৰ…

চৰকাৰে দিয়া সাহায্য গ্ৰহণ নকৰে নাগালেণ্ডত সেনাই গুলীয়াই হত্যা কৰা ভুক্তভোগীৰ আত্মীয়ই

আজি কিছুদিন পূৰ্বে নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ অতিং গাঁৱত ভাৰতীয় সেনাৰ নৃশংসতাৰ বলি হৈছিল ১৪ জনকৈ নীৰিহ ভাৰতীয় নাগৰিক। সেনাৰ বিবৃতি অনুসৰি ভাৰতীয় সেনাই ভুলতে গুলীয়াই হত্যা কৰিছিল সেই দুৰ্ভগীয়া শ্ৰমিকৰ দলটোক। এই ঘটনাই সমগ্ৰ…

অমিক্রনত আক্ৰান্ত বিশ্বৰ প্ৰথম জন কোভিড ৰোগীৰ মৃত্যুঃ ক’ত?

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আজি কৰোনা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েন্টৰ আক্ৰমণৰ ফলত প্ৰথমজন কোভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য ৰাজহুৱা কৰিছে। উল্লেখ্য যে ব্ৰিটেইনে ইতিমধ্যেই ৩০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলোৰে বাবে ভেকচিন বুষ্টাৰ…