টেগ thecrosscurrent

আজি গণৰাজ্য দিৱস

আজি ৭০ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰো বিভিন্ন প্ৰান্তত আয়োজন হৈছে গণৰাজ্য দিৱস। নতুন দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাষ্ট্ৰপতি ৰামনাথ।ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলনৰ পাছতে বিভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানে প্ৰতীকপট,নৃত্য-গীত প্ৰদৰ্শন কৰে। পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হব পেৰেড।

৫০ বছৰ পাছত আজি কিয় নুমাই দিয়া হ’ব অমৰ জৱান জ্যোতিৰ অগ্নিশিখা ?

নুমাই দিয়া হ’ব নতুন দিল্লীৰ অমৰ জৱান জ্যোতিৰ অনিৰ্বান শিখা ৷ শুকুৰবাৰে অমৰ জৱান জ্যোতিৰ শিখা ৱাৰ মেম’ৰিয়েলৰ অগ্নিশিখাৰ লগত একলগ কৰা হ’ব ৷ ১৯৭১ চনৰ ভাৰত- পাকিস্তান যুদ্ধত ছহিদ হোৱা ভাৰতীয় সেনাৰ স্মৃতিত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্থাপন কৰিছিল…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। বজাৰ, মল আদিত যুগ্ম-অযুগ্ম নিয়ম উঠাই দিয়াৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠান সমূহত ৫০% কৰ্মচাৰী উপস্থিত থকাৰ বাবে অনুমতি জনায়। মুখ্যমন্ত্ৰী গৰাকীয়ে এই প্ৰস্তাৱটি অন্তিম অনুমোদনৰ…

আপুনি কেনেকৈ পাতিব পাৰিব ভোগালী বিহু….

নঙলামুখত ভোগৰ উৎসৱ ভোগালী বিহু। কিন্তু অসমবাসীক আগৰ দৰে ভোগালী বিহু উৎযাপন কৰিবলৈ নিদিয়ে ক’ভিডে। নিদিয়ে উৰুকাৰ নিশা ভেলাঘৰৰ আমেজ ল’বলৈ। এইবাৰ অসমবাসীয়ে কঠোৰ বাধ্য-বাধকতা মানি পাতিব লাগিব হেপাহৰ ভোগালী বিহু। অসমত ক’ভিডৰ সংখ্যা দিনে-দিনে বৃদ্ধি হোৱা বাবে ৰাজ্য-চৰকাৰে শুকুৰবাৰে…

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে।

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা মতে, ভাৰত বায়োটেকৰ কভাক্সিন যোগ্য শিশুসকলক প্ৰদান কৰা হ’ব আৰু ২৮ দিনৰ ব্যৱধানত দুটা পালি দিয়া হ`ব। আনহাতে,…

ভাৰতৰ ৬ হাজাৰ এন জি অ’য়ে কিয় নাপাব বিদেশী অনুদান?

প্ৰায় ৬০০০ বেচৰকাৰী সংগঠনৰ বৈদেশিক অনুদান ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা বন্ধ হৈছে। কিয়নো গৃহ মন্ত্ৰালয়ে এফচিআৰএৰ আৱেদন নৱীকৰণ কৰিবলৈ অস্বীকাৰ কৰিছে। এমএইচএৰ এজন বিষয়াই শনিবাৰে কয় যে ই ১৭৯ টা বেচৰকাৰী সংগঠনৰ এফচিআৰএ পঞ্জীয়ন নৱীকৰণ কৰিবলৈ অস্বীকাৰ কৰা হৈছে…

২০২১ ত প্ৰাণ হেৰুৱালে ৪৫ সাংবাদিকে

২০২১ ত প্ৰাণ হেৰুৱালে অসম বা ভাৰত নহয় , সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ বাবে এটা ক’লা বছৰ হৈ ৰ’ল ২০২১ চন ইন্টাৰনেচনেল প্ৰেছ ইনষ্টিটিউটে সদৰী কৰা তথ্য অনুসৰি ২০২১ চনত সমগ্ৰ বিশ্বত প্ৰাণ হেৰুৱালে ৪৫ গৰাকী সাংবাদিকে ৷ এই তালিকাত…

আজি অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী,ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী।ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে’ ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ – ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮…

আজি বৰদিন

আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। বৰদিন উপলক্ষে বিশ্বজুৰি খ্ৰীষ্টানধৰ্মৰ লোকসকলৰ মাজত দেখা হৈছে ব্যপক উছাহ উদ্দীপনা। আজি পুৱা ৯ বজাৰ পৰাই সকলোৱে গীৰ্জাত উপস্থিত হৈ কৰিব পাৰিব প্ৰাৰ্থনা, কিন্তু কোভিড নিয়ম সকলোৱে মানি চলিব লাগিব।দেশবাসীক ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ…

৭ বছৰত চিবিআই,ইডি,আয়কৰৰ ৰোষত পৰিছে ৫৭০ গৰাকীকৈ বিজেপিৰ ৰাজনৈতিক প্ৰতিদ্বন্দী

এন ডি টি ভিৰ সমীক্ষাত প্ৰকাশ পাইছে এটা বিস্ফোৰক তথ্য৷তথ্য অনুসৰি বিজেপি শাসনলৈ অহাৰ পিছত দলটোৰ ৫৭০ গৰাকী ৰাজনৈতিক প্ৰতিদন্দি ৰোষত পৰিছে কেন্দ্ৰীয় সংস্থাৰ৷কেন্দ্ৰীয় সংস্থা যেনে চিবিআই ,ইডি অথবা আয়কৰ বিভাগ আদিয়ে এই সাতটা বছৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ…