টেগ thecrosscurrent

উত্তৰ প্ৰদেশত বিজেপিয়ে মুকলি কৰিব ইস্তাহাৰ

উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত মাথোঁ ১ টা দিন। ১০ ফেব্রুৱাৰীত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা লগতে ১৪, ২০, ২৩ ২৭, ৩ আৰু ৭ মাৰ্চত সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। কিন্তু বিজেপিয়ে মুকলি কৰা নাই ইস্তাহাৰ। আজিহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

কংগ্ৰেছ নাথাকিলে কি হ’লহেঁতেন :কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

কংগ্ৰেছক গণতন্ত্ৰ বিৰোধী দল বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাজ্যসভাত কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে পৰিয়ালতন্ত্ৰৰ বাহিৰে আন একো কথা চিন্তাই কৰা নাছিল ৷ ভাৰতৰ গণতন্ত্ৰৰ বাবে পৰিয়ালবাদেই হ’ল আটাইতকৈ ডাঙৰ বিপদ ৷…

ভুৱা সমাজবাদীসকলৰ বংশানুক্ৰমিক ৰাজনীতিত স্তব্ধ উত্তৰ প্ৰদেশৰ উন্নতি : নৰেন্দ্ৰ মোদী

আজি উত্তৰ প্ৰদেশৰ বিজন’ৰত এক ভাৰ্চুৱেল ৰেলীক সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় উত্তৰ প্ৰদেশৰ উন্নতি স্তব্ধ হৈ গৈছে ভুৱা সমাজবাদীসকলৰ বংশানুক্ৰমিক ৰাজনীতিৰ বাবে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত থকা ৰাজ্য চৰকাৰখনে বিজন’ৰ, মুৰাদাবাদ, আমৰোহা আদিৰ…

ক্ৰিকেটপ্ৰেমীয়ে কিয় মনত ৰাখিব লতা মংগেশকাৰক ?

লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই ৷ কিন্তু ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে তেও হৈ ৰ’ব চিৰস্মৰণীয় ৷ কাৰণ, ১৯৮৩ চনত ভাৰতীয় ক্ৰিকেট দলে যেতিয়া বিশ্বকাপ ক্ৰিকেট জয় কৰিছিল , তেতিয়া ক্ৰিকেট দলটোক পুৰষ্কৃত কৰিবলৈ বি চি চি আইৰ ওচৰত কোনো…

শেষ নিশ্বাস ত্যাগ কৰিলে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে।

শেষ নিশ্বাস ত্যাগ কৰিলে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে। লতাজীয়ে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছিল আৰু তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাবে লতাই সক্ৰিয়ভাৱে কাম কৰিছে। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা…

আজি ফেচবুকৰ ১৮ সংখ্যক জন্মবাৰ্ষিকী

প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত উদযাপন কৰা হয় ফেচবুকৰ জন্মবাৰ্ষিকী। আজি ফেচবুকে সম্পূৰ্ণ কৰিলে ১৮ বছৰ। হাৱাৰ্ড ইউনিভাৰ্চিটিত অধ্যয়ন কৰি থকা সময়ছোৱাত নিজৰ কেইজনমান বন্ধুৰ সতে মিলিত হৈ ২০০৪ চনত ফেচবুক সৃষ্টি কৰিছিল মাৰ্ক জুকাৰবাৰ্গে। ফেচবুকৰ পূৰ্বতে “ফেচমাছ” নামেৰে এটা ৱেবচাইট…

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত গৌতম আদানীৰ নাম

শেহতীয়া বৰ্ষবোৰত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় সমৃদ্ধিশালী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত। আদানী গ্রুপৰ স্বত্বাধিকাৰী গৌতম আদানীৰ নাম আজি প্ৰকাশ পায় এই তালিকাত। আনহাতে মুকেশ আম্বানী আটাইতকৈ ধনী ব্যৱসায়ীৰ তালিকাৰ ১১ নম্বৰ স্থানত আছে। বিগত ২০২১ বৰ্ষৰ…

বেইজিঙ শীতকালীন অলিম্পিক বহিস্কাৰ আমেৰিকাৰ লগতে আন চাৰি দেশৰ

আজি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে উদ্বোধন কৰিব ৰাজধানী বেইজিঙত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। উল্লেখনীয় যে আমেৰিকাৰ লগতে আন চাৰিখন দেশে বহিস্কাৰ কৰিছে এইবেলিৰ বেইজিঙ শীতকালীন অলিম্পিক । জিনজিয়াঙ অঞ্চলত উইঘুৰৰ জনবসতিৰ বিৰুদ্ধে চীনা কমিউনিষ্ট পাৰ্টিয়ে কৰা মানৱ অধিকাৰ…

উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ৰেলী

আগন্তুক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া দুখন ৰাজ্য উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ৰেলীত অংশগ্ৰহণ কৰিব। বিগত ৩১ জানুৱাৰীত প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমবাৰ ডিজিটেল ৰেলীত অংশগ্ৰহণ কৰিছিল। বাতৰি অনুসৰি পৰৱৰ্তী পৰ্যায়ত পঞ্জাৱৰ ডিজিটেল ৰাজনৈতিক ৰেলীটো অংশগ্ৰহন কৰিব…

এবছৰৰ বাবে বৃদ্ধি হ’ল অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল

এবছৰৰ বাবে স্থগিত হ’ল অসম সাহিত্য সভাৰ অধিৱেশন। অকল অধিৱেশনেই নহয় এবছৰৰ বাবে বৃদ্ধি কৰা হ’ল বৰ্তমানৰ কাৰ্যকালত থকা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল। বৰ্তমান কাৰ্যকালত থকা সমিতিখনে সময়ত সভাৰ অধিৱেশন, সভাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত নকৰাৰ বাবে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ…