Investigative reporting with dedication.

আগন্তুক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া দুখন ৰাজ্য উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ৰেলীত অংশগ্ৰহণ কৰিব। বিগত ৩১ জানুৱাৰীত প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমবাৰ ডিজিটেল ৰেলীত অংশগ্ৰহণ কৰিছিল। বাতৰি অনুসৰি পৰৱৰ্তী পৰ্যায়ত পঞ্জাৱৰ ডিজিটেল ৰাজনৈতিক ৰেলীটো অংশগ্ৰহন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।




