আজি ফেচবুকৰ ১৮ সংখ্যক জন্মবাৰ্ষিকী

Share This Article

প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত উদযাপন কৰা হয় ফেচবুকৰ জন্মবাৰ্ষিকী। আজি ফেচবুকে সম্পূৰ্ণ কৰিলে ১৮ বছৰ। হাৱাৰ্ড ইউনিভাৰ্চিটিত অধ্যয়ন কৰি থকা সময়ছোৱাত নিজৰ কেইজনমান বন্ধুৰ সতে মিলিত হৈ ২০০৪ চনত ফেচবুক সৃষ্টি কৰিছিল মাৰ্ক জুকাৰবাৰ্গে।
ফেচবুকৰ পূৰ্বতে “ফেচমাছ” নামেৰে এটা ৱেবচাইট ২৮ অক্টোবৰ ২০০৩ ত মুকলি কৰিছিল জুকাৰবাৰ্গে। এই ৱেবচাইটৰ উদ্দেশ্য আছিল বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক একত্ৰিত কৰি ৰখা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.