সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য?

কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য? কালি অৰ্থাত বৃহস্পতিবাৰৰ দিনটোত বিধায়ক অখিল গগৈয়ে উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছিল কেইটামান প্ৰশ্ন। আৰু সেই প্ৰশ্ন কেইটা আছিল এই কাঞ্চনজুৰি চাহ…

লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি

বিগত ২ অক্টোবৰৰ পৰা নগাঁৱৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে । পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত চকলাঘাট…

নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ 'ভক্তিৰ অনিৰুদ্ধ যাত্ৰা' বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ 'বুক নুক কেফে'ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ…

ওদালগুৰিত গৰ্ভৱতীৰ মৃত্যু

ওদালগুৰি জিলাৰ মাজবাটৰ অন্তৰ্গত লামাবাৰীৰ প্ৰেম বস্তিৰ নয়মী বাৰ্লা নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ অকালতে মৃত্যু ঘটে। লামাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অবৈতনিক ভাবে শিক্ষকতা কৰা নয়নী বাৰ্লা সকলো শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ -ছাত্ৰী সকলৰ…

ওদালগুৰিত স্বাস্থ্য সেৱা অভিযান

ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা ওদালগুৰি আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত 'স্বাস্থ্য সেৱা অভিযান' শীৰ্ষক স্বাস্থ্য পৰীক্ষা শিবিৰ শনিবাৰে অনুষ্ঠিত হয়। ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুন্দৰবিল…

মমতাৰ প্ৰতি ‘মমতা’ কমিছে বংগবাসীৰ?

নন্দীগ্ৰামত মমতাৰ মুখথেকেঁচা ভেকুটীয়া সমবায় কৃষি সমিতিৰ ১২টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল দেওবাৰে এই ১২ টা পদৰ ১১ টা পদতেই জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে৷ ভেকুটীয়া সমবায় নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ অধীন এই নন্দীগ্ৰাম এসময়ত…

১০০ মিটাৰ গৈয়ে থমকিল অখিলেশ

উত্তৰ প্ৰদেশ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত সমাজবাদী দলে লৈছে বিধান ভৱনলৈ প্ৰতিবাদী যাত্ৰাৰ কাৰ্যসূচী৷ সোমবাৰে সমাজবাদী নেতা অখিলেশ যাদৱৰ নেতৃত্বত এই প্ৰতিবাদী যাত্ৰা উলিওৱা হয়৷ সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যখনৰ…