সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি বৰদিন

আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। বৰদিন উপলক্ষে বিশ্বজুৰি খ্ৰীষ্টানধৰ্মৰ লোকসকলৰ মাজত দেখা হৈছে ব্যপক উছাহ উদ্দীপনা। আজি পুৱা ৯ বজাৰ পৰাই সকলোৱে গীৰ্জাত উপস্থিত হৈ কৰিব পাৰিব প্ৰাৰ্থনা, কিন্তু কোভিড নিয়ম সকলোৱে মানি চলিব লাগিব।দেশবাসীক ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰীয় টুইটাৰযোগে জনালে বৰদিনৰ শুভেচ্ছা।

Leave A Reply

Your email address will not be published.