সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি গণৰাজ্য দিৱস

আজি ৭০ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰো বিভিন্ন প্ৰান্তত আয়োজন হৈছে গণৰাজ্য দিৱস। নতুন দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাষ্ট্ৰপতি ৰামনাথ।ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলনৰ পাছতে বিভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানে প্ৰতীকপট,নৃত্য-গীত প্ৰদৰ্শন কৰে। পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হব পেৰেড।

Leave A Reply

Your email address will not be published.