সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

কাবুলত আত্মঘাটী আক্ৰমণ কৰা আইছিছ খুৰাছান কি ?

আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত আত্মঘাটী বোমা বিস্ফোৰণৰ বাবে বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিছৰ খুৰাছান গোটক জগৰীয়া কৰা হৈছে ৷ আফগানিস্তানত সক্ৰিয় হৈ থকা চৰমপন্থী সংগঠনসমূহৰ ভিতৰত আইছিছৰ খুৰাছান গোটেই হ’ল আটাইতকৈ ভয়ানক ৷…

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল কাবুল , নিহত ৭৩

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান ৷আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত বোমা – বিস্ফোৰণ আৰু গুলীচালনাৰ ঘটনাত ৭৩ জন লোক নিহত হৈছে ৷ নিহতসকলৰ ভিতৰত ৬০ গৰাকী আফগান নাগৰিক আৰু আন ১৩ গৰাকী আমেৰিকান সেনা  ৷ আহত হৈছে ১৫০ ৰো…

২৫৮ কৌটি মূল্যৰ শিলৰ টুকুৰা সদৃশ পদাৰ্থ জব্দ

কলকাতা বিমানবন্দৰৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে চাৰিটা উজ্জ্বল ৰঙৰ শিলৰ টুকুৰাসদৃশ পদাৰ্থ ৷ এই  টুকুৰা কেইটাৰ প্ৰতিগ্ৰামৰ দাম হ’ব ১৭ কৌটি টকা ৷ চি আই ডিয়ে জব্দ কৰা  টুকুৰা কেইটাৰ ওজন ২৫০.০৫ গ্ৰাম ৷ সেই অনুসৰি চাৰিওটা টুকুৰাৰ মূল্য ২৫৮ কৌটি ৫০…

আফগানিস্তান সংকট : ভাৰতে গ্ৰহণ কৰা ‘অপাৰেশ্যন দেৱীশক্তি’ কি ?

আফগানিস্তানৰ সংকট সন্দৰ্ভত বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক ৷বৈঠকত ৩১ টা ৰাজনৈতিক দলৰ ৩৭ গৰাকী প্ৰতিনিধি উপস্থিত থাকে ৷ বৈঠকৰ পাছত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে আফগানিস্তানত আৱদ্ধ হৈ থকা সকলো ভাৰতীয়ক উদ্ধাৰ…

প্ৰদেশ কংগ্ৰেছৰ সভাপতি , কাৰ্যকৰী সভাপতিক কোন কোন জিলাৰ দায়িত্ব ?

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিসকলক বিভিন্ন জিলাৰ দায়িত্ব অৰ্পন কৰিছে সভাপতি ভূপেন বৰাই ৷ বৃহস্পতিবাৰে অৰ্পন কৰা দায়িত্ব অনুসৰি কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক দায়িত্ব দিয়া হৈছে শিৱসাগৰ , চৰাইদেউ , যোৰহাট , মাজুলী , লখিমপুৰ , ধেমাজি ,…

পট পৰিৱৰ্তন : এ আই ইউ ডি এফক এৰি ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা !

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট উপ – নিৰ্বাচনৰ পূৰ্বে ভংগ হোৱাৰ উপক্ৰম হৈছে ৷ মূলত: এ আই ইউ ডি এফ দলৰ একাংশ নেতাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ প্ৰশংসা কৰাক লৈয়ে অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছ দল ৷…

নন্দিতা শইকীয়াৰ মৃত্যুৰ লগতে আন বিষয়ত কি কি সিদ্ধান্ত হ’ল আজিৰ কেবিনেটত ?

কেবিনেট  বৈঠকৰ আৰম্ভণিতে ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ দুৰ্ভাগ্যজনক মৃত্যুত কেবিনেটে গভীৰ শোক প্ৰকাশ কৰে।  চৰকাৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক ইতিমধ্যে গোচৰটোৰ দ্ৰুত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে , যাতে…

উত্তৰ পূৱৰ কি কি সম্পদ লীজত দিয়া হ’ব পুঁজিপতিক ?

বিমানবন্দৰৰ পৰা ষ্টেডিয়ামলৈ,টেলিকম সেৱাৰ পৰা প্ৰাকৃতিক গেছ পাইপলাইনলৈ-উত্তৰ পূর্বাঞ্চলৰ বিশাল ৰাজহুৱা সম্পত্তিৰ গৰাকী হবলৈ গৈ আছে এতিয়া আদানি-আম্বানীৰ দৰে কেইগৰাকীমান পুঁজিপতি৷ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ জড়িয়তে এতিয়া সমগ্ৰ দেশৰে…

দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা কিয় আঁতৰাই দিয়া হ’ল মহাশ্বেতা দেৱীৰ বহু চৰ্চিত চুটিগল্প…

মহাশ্বেতা দেৱীৰ বহু চৰ্চিত চুটিগল্প দ্ৰৌপদীক লৈ এতিয়া দেশত সৃষ্টি হৈছে বিতৰ্কৰ। প্ৰাপ্ত তথ্য অনুযায়ী দিল্লী বিশ্ববিদ্যালয় শৈক্ষিক পৰিষদে BA (Honours) ইংৰাজীৰ পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিলে দ্ৰৌপদী নামৰ চুটিগল্পটো। গল্পটোত পুৰুষৰ অত্যাচাৰৰ…

গো-সুৰক্ষা বিধেয়ক আৰু গো-পালকৰ আৰ্থ-সামাজিক বিপৰ্যয়

যোৱা ১৯ আগষ্ট তাৰিখে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ধেমাজি জিলাৰ জোনাই মহকুমাৰ গো-পালকৰ প্ৰায় এশজনীয়া এটি সঁজাতি দলে সাক্ষাৎ কৰে। গো-ৰক্ষক নজৰদাৰীৰ উপদ্ৰৱ, প্ৰশাসনৰ পক্ষপাতমূলক ভূমিকা তথা শেহতীয়া গো-সুৰক্ষা আইনৰ কাৰচাজিয়ে…