NEET আৰু JEE Main ২০২০ নিৰ্ধাৰিত সময়তে অনুষ্ঠিত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
আজি উচ্চতম ন্যায়ালয়ে NEET আৰু JEE ৰ পৰীক্ষা পিছুৱাবলৈ কৰা এক আবেদন খৰিজ কৰি নিৰ্ধাৰিত সময়তে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে।
উচ্চতম ন্যায়ালয়ে NEET আৰু JEE ৰ পৰীক্ষা পিছুৱাবলৈ কৰা আবেদন খন খাৰিজ কৰি কয় যে পৰীক্ষা পিছুৱালে ছাত্ৰ…