অসম পুলিচৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ কৰোনা পজিটিভ

 

 

আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ দেহত ধৰা পৰিছে কৰোনা। বৰ্তমান হ’ম আইছলেছনত আছে ভাস্কৰ জ্যোতি মহন্ত।

উল্লেখযোগ্য যে এই পৰ্যন্ত অসম আৰক্ষীৰ প্ৰায় ২২৫৯ জন লোক কৰোনাত আক্ৰান্ত হৈছে।ইয়াৰে ১৭৩৪ জন ইতিমধ্যে আৰোগ্য হৈছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296