সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে কেনেদৰে অনুষ্ঠিত কৰিব পাৰিব নিৰ্বাচন!- নিৰ্বাচন আয়োগৰ নিয়মাৱলী ঘোষণা

দেশত কৰোনা ভাইৰাছৰ বিভীষিকা চলি থকাৰ সময়তে চমু চাপি আহিছে বিহাৰ বিধান সভাৰ নিৰ্বাচন। গতিকে বিহাৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে কিছুমান নতুন নিয়মাৱলী। সেই নতুন নিয়মাৱলী অনুসৰি কেৱল মাত্ৰ ৫ জন ব্যক্তিয়েহে ঘৰে ঘৰে গৈ…

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে নিৰ্মাণ কৰা বিশেষ বিমান-এয়াৰ ইণ্ডিয়া ওৱান-শীঘ্ৰে পাবহি ভাৰত,কি কি…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে বিশেষ ভাবে নিৰ্মাণ কৰা এয়াৰ ইণ্ডিয়া ওৱান নামৰ বিশেষ বিমান খন শীঘ্ৰে ভাৰতৰ মাটিত পদাৰ্পন কৰিব। প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ বাবে বিশেষ ভাবে নিৰ্মান কৰা এই বিমান খন Boeing 777-300 ERs মডেলৰ…

এতিয়াও অমীমাংসিত ভাৰত-চীনৰ সীমান্ত বিবাদ, পেংগং হ্ৰদৰ পৰা সেনা আঁতৰাবলৈ মান্তি নহয় চীন

লাডাখত ভাৰত আৰু চীনৰ সেনাৰ মাজত চলি থকা সীমা বিবাদৰ অন্ত পেলাবলৈ ভাৰত আৰু চীনৰ অধিকাৰীৰ মাজত হোৱা আলোচনাই এতিয়াও কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই। যোৱা কালি WMCC (Working Mechanism for Consultation and Coordination in India-China Border)ৰ…

৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ৰাম মন্দিৰ, ৰাম জন্মভূমি ন্যাসৰ তামৰ বৰঙণি অনুদানৰ আহ্বান

ৰাম মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত আৰম্ভ হৈছে। ইয়াৰ লগে লগে মন্দিৰ নিৰ্মাণ আৰু পৰিচালনাৰ দায়িত্বত থকা শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে ৰাম ভক্তক তামৰ(copper) বৰঙণি অনুদান দিবলৈ আহ্বান জনাইছে। ন্যাসটোৱে জনোৱা মতে অহা ৩৬ ৰ পৰা ৪০ মাহৰ…

প্ৰশান্ত ভূষণক তেওঁ কৰা আপত্তিজনক মন্তব্য পুনৰ বিচাৰ কৰিবলৈ ২-৩ দিনৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

আজি উচ্চতম ন্যায়ালয়ে আইনজীৱি তথা মানৱ অধিকাৰ কৰ্মী প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ(Contempt of Court) গোচৰৰ শুনানিত প্ৰশান্ত ভূষণক তেওঁ কৰা আপত্তিজনক মন্তব্য পুনৰ বিচাৰ কৰিবলৈ ২-৩ দিনৰ সময় দিয়ে। ন্যায়াধীশ অৰুণ মিশ্ৰাৰ নেতৃত্বত উচ্চতম…

ফেচবুক-বিজেপি সম্পর্কৰ বিতৰ্কয়ে খলকনি তুলিছে দেশৰ ৰাজনীতিত

ফেচবুক বিতৰ্কই সমগ্ৰ দেশতে খলকনি লগোৱাৰ পিছতে এতিয়া আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। গোটেই বিষয়তোৰ সন্দৰ্ভত এক উচ্চপৰ্যায়ৰ তদন্তৰ দাবী কৰি ছ'ছিয়েল মিডিয়া কোম্পানীটোৰ মালিক মাৰ্ক জোকাৰবাৰ্গলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ দলে।…

PM CARES পুঁজিক লৈ মোডী চৰকাৰৰ কিয় ইমান লুকা-ভাকু?

PM CARES পুঁজিৰ বিতৰ্কই লগ নেৰা হৈছে কেন্দ্ৰৰ মোডী চৰকাৰক।শাসকীয় দলটো যিমানেই এই বিতৰ্কৰ পৰা আতঁৰিবলৈ চেষ্টা কৰিছে, সিমানেই নতুন নতুন তথ্যই প্ৰধানমন্ত্ৰীৰ এই বিশেষ পুঁজিক সন্দেহৰ অৱৰ্তত হে সুমুৱাই নিছে। উল্লেখযোগ্য যে চৰকাৰে RTI আৰু CAG ৰ…

বাঘজানৰ জুই নুমোৱাত প্ৰথম পৰ্যায়ৰ সফলতা অইল ইণ্ডিয়াৰ

বাঘজানৰ জুই নুমোৱাত আংশিক সাফল্য লাভ অইল ইণ্ডিয়াৰ।কেইবাটাও প্ৰয়াসৰ অন্তত, সুদীৰ্ঘ ৮৩ দিনৰ অন্তত বাঘজানৰ জ্বলন্ত বি জি আৰ-৫ নং খাদটোৰ মুখত অইলে সফল ভাবে বি অ' পি(ব্ল' আউট প্ৰভেণ্টৰ) স্থাপন কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বি অ' পি স্থাপন…

অমিত শ্বাহক পুনৰ এইমছত ভৰ্তি

৩ দিন পূৰ্বে ক'ভিড-১৯ নিগেটিভ অহা অমিত শ্বাহক আজি পুনৰ এইমছত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে তেখেত "অৱসাদ আৰু গাৰ বিষত" ভুগি থকাৰ বাবে ক'ভিড উত্তৰ চিকিৎসাৰ বাবে এইম্ছত ভৰ্তি কৰোৱা হৈছে। বিভিন্ন সংবাদ মাধ্যমক এইমছৰ কৰ্তৃপক্ষই জনোৱা মতে তেখেতৰ…

কৰোনা ভাইৰাছৰ উৎস সম্পৰ্কে প্ৰকাশ পাইছে নতুন তথ্য, ২০১২ তে চীনত প্ৰথম ওলাইছিল ক’ভিড-১৯

ক'ভিড-১৯ ৰ উৎপত্তি সম্পৰ্কে ওলাইছে নতুন তথ্য। New York Post ৰ বাতৰিত প্ৰকাশ পাইছে যে বাদুলিৰ লগত সংস্পৰ্শত অহাৰ বাবে চীনৰ য়ুন্নান(Yunnan) ৰাজ্যৰ মজিয়াঙত খনিত কাম কৰা ৬ জন শ্ৰমিকৰ কৰোনা ভাইৰাছত আক্ৰান্তৰ লক্ষণ সমূহে দেখা দিছিল। উল্লেখযোগ্য…