সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

নিষিদ্ধ হ’ল অসমীয়া ধাৰাবাহিক ‘বেগমজান’

অসমীয়া ধাৰাবাহিক 'বেগমজান'ক নিষিদ্ধ ঘোষণা কৰিছে অসম চৰকাৰে। ৬০ দিনৰ কাৰণে মহানগৰ আৰক্ষী আয়ুক্তই ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধ কৰি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে,বেগমজান নামৰ অসমীয়া ধাৰাবাহিক খনৰ বিৰুদ্ধে সদৌ অসম ব্ৰাহ্মীন…

সমুখত বিহাৰ নিৰ্বাচন: PM CARES ৰ ধনেৰে বিহাৰত নিৰ্মান হ’ব ৫০০ বিচনা যুক্ত দুখনকৈ হস্পিতাল

CAG অথবা RTI ৰ পৰিসৰৰ পৰা দূৰত ৰখা PM CARES ৰ ধনেৰে এইবাৰ নিৰ্মান হ'ব বিহাৰত ৫০০ বিছনা যুক্ত হস্পিতাল। প্ৰধানমন্ত্ৰী অফিচৰ (PMO) ৰ পৰা হোৱা এই ঘোষণা অনুসৰী বিহাৰৰ পাটনা আৰু মুজ্জাফৰনগৰ ত PM CARES ৰ ধনেৰে ৫০০ বিচনা যুক্ত দুখন কৈ হস্পিতাল…

ভয়ংকৰ চাকৰি সংকটত ভাৰতবৰ্ষ:এসপ্তাহত চাকৰি বিচাৰি চৰকাৰী পৰ্টেলত পঞ্জীকৰণ কৰা ৭ লাখৰ মাত্ৰ ৬৯১ জনেহে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ১১ জুলাইত লন্স কৰা চৰকাৰী চাকৰিৰ পৰ্টেলটোত এই পৰ্য্যন্ত ৬৯ লাখতকৈও অধিক লোকে নিজৰ নাম পঞ্জীভূত কৰিছে। কিন্তু ইয়াৰ ভিতৰত চাকৰি লাভ কৰিছে তেনেই নগণ্য কেইজনমানেহে। ই অনাগত দিন সমূহত মোডী চৰকাৰৰ সমুখত…

নংগ্ৰিয়াট লিভিং ৰুট ব্ৰিজ আৰু ৰেইনবো ফল-জিতাদিত্য নাৰ্জাৰী

"মই যিমান পাৰি দ্ৰুত গতিৰে নামি গৈ আছোঁ কিন্তু আৰু কিমান যাব লাগিব বুজি পোৱা নাই। সন্মুখত এখন ওলোমা দলং আৰু দলঙৰ ওপৰত দুজনী স্থানীয় (যেন লগা) ছোৱালী। তেওঁলোকেও মোৰ পিনে ঘূৰি চাই আছে। গতিকে মই আগবাঢ়ি গৈ সুধিলোঁ, আৰু কিমান দূৰ? তেতিয়াহে…

শ্বাহীনবাগৰ প্ৰতিবাদকাৰীৰ বিজেপিত যোগদানক লৈ অস্বস্তিত গেৰুৱা দলটো

যোৱা কিছুদিন পূৰ্বে প্ৰায় শতাধিক শাহীনবাগৰ 'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে যোগদান কৰিছিল বিজেপিত। গেৰুৱা দলটোৰ বহুতো জ্যোষ্ঠ নেতাৰ উপস্থিতিত হোৱা এই যোগদান কার্যসূচীয়ে এতিয়া শলঠেকত পেলাইছে দলটোক। শ্বাহীনবাগৰ এই প্ৰতিবাদকাৰী সকলৰ বিজেপিত যোগদানৰ…

অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ২০২১ৰ নিৰ্বাচনত, কৃষক মুক্তিৰ নতুন দল গঠন

অখিল গগৈৰ নেতৃত্বত গঠন হ'ব ৰাজ্যত নতুন ৰাজনৈতিক দল। আজি সংবাদমেল যুগে এই কথা জানিব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দই। সংগঠনটোৰ নেতা ভাস্ক' দি শইকীয়াই জানিব দিয়া মতে দলটোৰ নীতি, আদৰ্শ, সংবিধান আদিৰ দৰে আটাইবোৰ গুৰুত্বপূৰ্ণ কাম…

দিল্লী পুলিচৰ ওচৰত দেৱাঙ্গনা কলিতাৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ নাই: দিল্লী পুলিচে…

নৰ্থ ইষ্ট দিল্লী সাম্প্ৰদায়িক গোচৰত বৰ্তমান ন্যায়িক জিম্মাত থকা দেৱাঙ্গনা কলিতাৰ জামিনৰ বিৰোধিতা কৰি দিল্লী পুলিচে উচ্চ ন্যায়ালয়ক কয় যে তেওঁলোকৰ ওচৰত দেৱাঙ্গনা কলিতাই কোনো ধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ নাই। এই কথা উচ্চ ন্যায়লয়ক…

পাকিস্থানৰ দৰে চীনৰ ক্ষেত্ৰতো কঠোৰ হ’ব ‘ভিছা'(visa)ৰ নিয়ম

ভাৰত আৰু চীনৰ মাজৰ কূটনৈতিক সম্পর্কৰ শেহতীয়াকৈ যি অৱনতি ঘটিছে তাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে চীনৰ সংস্থান সমূহৰ লগত জড়িত ব্যক্তি সকলৰ ভিছাৰ (visa) ক্ষেত্ৰত নিয়ম কঠোৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে চীনৰ লগত জড়িত থিংক টেংক,…

ভাৰতবৰ্ষ আৰু গান্ধীৰ দেশ হৈ থকা নাই: জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা

আজি প্ৰায় এবছৰৰ মূৰত টেলভিচন পৰ্দাত প্ৰথমটো সাক্ষাৎকাৰ দি NDTV নামৰ চেনেলটোত জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ ফাৰুক আব্দুল্লাই কয় যে "এইখন আৰু মহাত্মা গান্ধীৰ ভাৰত হৈ থকা নাই"। NDTV ৰ জ্যোষ্ঠ সাংবাদিক শ্ৰীনিভাসন জৈনে সোধা…

ষ্টেট বেংকৰ ১২০০ কোটি টকীয়া ঋণ পৰিশোধ কৰিব নোৱাৰি অস্বস্তিত অনিল আম্বানী

ষ্টেট বেংকৰ ১২০০ কোটি টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে অনিল আম্বানীৰ বিৰুদ্ধে এতিয়া insolvency(দেউলিয়া) proceeding আৰম্ভ কৰিছে এন চি এল টিয়ে(National Company Law Tribunal) জানিব পৰা মতে ২০১৫ চনত অনিল আম্বানীৰ ৰিলায়েন্স কমিউনিকেচন লিমিটেড…