সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

সুদৰ্শন টিভিৰ ‘UPSC জেহাদ’ শীৰ্ষক টেলিভিছন শ্ব’ স্থগিতাদেশৰ নিৰ্দেশ দিল্লী উচ্চ…

বিতৰ্কিত টেলিভিছন চেনেল সুদৰ্শন নিউজে প্ৰশাসনিক সেৱাত মুছলমান সম্প্ৰদায়ৰ লোক নিৰ্বাচন কৰাক লৈ প্ৰশ্ন উত্থাপন কৰি এক কাৰ্যক্ৰম প্ৰচাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে আজি দিল্লী ন্যায়ালয়ৰ এক শুনানিত উক্ত কাৰ্যক্ৰম স্থগিত কৰাৰ নিৰ্দেশ দিয়ে। The…

বিহাৰত এইবাৰ একেলগ হ’ব নেকি কানহায়া কুমাৰ আৰু লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ?

বিহাৰ বিধান সভাৰ নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে এতিয়া আৰম্ভ হৈছে বহুতো জলপনা কল্পনা। নীতিশ কুমাৰৰ নেতৃত্বাধীন শাসনাধিষ্ট জেডিইউ(JD-U) আৰু বিজেপিৰ চৰকাৰক অনাগত বিধান সভাত প্ৰত্যাহ্বান দিবলৈ টঙালি বান্ধিছে বিৰোধীয়েও। লালু প্ৰসাদ যাদৱ জেইলত…

অৰণ্য পুনৰ বনানীকৰণৰ দায়িত্ব এইবাৰ দিয়া হ’ব ব্যক্তিগত খণ্ডক

এইবাৰ যিবোৰ অৰণ্য অৱনমিত(degraded) হৈছে তেনে অৰণ্যৰ পুনৰ বনানীকৰণৰ প্ৰক্ৰিয়াত চামিল হ'ব ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান। এই প্ৰস্তাৱ চৰকাৰক আগবঢ়াইছে নীতি আয়োগে। The print নামৰ ওক নিউজ পৰ্টেলত প্ৰকাশ পোৱা বাতৰি অনুসৰী পাব্লিক প্ৰাইভেট…

খাদ্যৰ সন্ধানৰত এজন কিশোৰক দিল্লী পুলিচৰ বৰ্বৰতা

শেহতীয়াকৈ ছ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এক ভিডিওৰ বাবে পুনৰ বিতৰ্কত সুমাই পৰিছে দিল্লী পুলিচ। সাংবাদিক বৰ্খা দতৰ নিউজ পৰ্টেল Mojo Story এ টুইট কৰা এটা ভিডিওত দেখা গৈছে যে দিল্লী পুলিচৰ এজন কনিস্তবলে দিল্লীৰ আৰ কে পুৰম অঞ্চলত এজন কিশোৰক মাজ…

সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান

সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হস্পিতালত দেহাৱসান হয় সুকণ্ঠী গায়িকা গৰাকীৰ। যোৱা কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল গায়িকা গৰাকী।১৪ জুলাইৰ পৰা চিকিত্সাধীন হৈ আছিল শিল্পীগৰাকী।মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিত্সাধীন হৈ…

সাংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হ’ব ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ইতিমধ্যে বিলম্ব হোৱা সাংসদৰ বৰ্ষাকালীন অধিবেশন অহা ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দৈনিক ৪ ঘণ্টাৰ বাবে শনি আৰু দেওবাৰেও অনুষ্ঠিত হ'ব দুয়োখন সদন। উল্লেখযোগ্য যে…

অসমত AFSPA ৰ ম্যাদ পুনৰ ছয় মাহৰ বাবে বৃদ্ধি

অসমত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন(AFSPA) ৰ ম্যাদ পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ অসমক "অশান্ত অঞ্চল' বুলি ঘোষিত কৰাৰ পাছত অসমত AFSPA প্ৰযোজ্য কৰা হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনে প্ৰকাশ কৰা এক বাতৰি অনুসৰী অহা ২৮…

মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ:এসপ্তাহত ৬ বাৰকৈ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য

লকডাউনে জুৰুলা কৰা সৰ্বসাধাৰণৰ মূৰত এইবাৰ পুনৰ মাধমাৰ শোধাইছে ইন্ধনৰ মূল্যবৃদ্ধিয়ে।যোৱা প্ৰায় এসপ্তাহ ধৰি দেশত পেট্ৰলৰ দাম দৈনিক বাঢ়ি আছে। আজি মঙলবাৰেও পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে যদিও ডিজেলৰ দাম অৱশ্যে একেই আছে। IndianOil ৰ ৱেবছাইটত…

উচ্চতম ন্যায়ালয়ে সংৰক্ষিত কৰিলে প্ৰশান্ত ভূষণৰ আদালত অৱমাননা গোচৰৰ শাস্তিৰ ৰায়দান

আজি উচ্চতম ন্যায়ালয়ে প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি শাস্তিৰ ৰায়দান সংৰক্ষিত কৰি ৰাখে। আজিৰ শুনানীত এটৰ্নি জেনেৰেল কে কে ভেনুগোপালে পুনৰ উচ্চতম ন্যায়ালয়ক ভূষণক ক্ষমা কৰি দিবলৈ আহ্বান জনায়। অৱশ্যে ন্যায়ালয়ে এই ক্ষেত্ৰত…

ফিলিপাইনত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ১৪ জন লোক নিহত

ফিলিপাইনত সন্ত্ৰাসবাদীৰ আক্ৰমণ। ইছলামিক সন্ত্ৰাসবাদীয়ে কৰা বোমা বিস্ফোৰণত প্ৰায় ১৪ জন লোক নিহত হয়। দেশখনৰ সামৰিক আৰু আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণত কমেও ৭৫ জন সৈন্য, আৰক্ষীৰ লোক আৰু অসামৰিক লোক আহত হয়। ফিলিপাইনৰ ছুলু প্ৰদেশৰ জল'…