সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

দুৰ্যোগৰ ভূগোল-জুৰি বৰুৱা

প্ৰাকৃতিক এখন নদীক প্ৰাকৃতিক ভাৱেই বোৱাই ৰাখিব পাৰি, ৰাজনৈতিক ভাৱে নহয়৷ জুৰি বৰুৱাৰ কলমত দুৰ্যোগৰ ভূগোল বানপানী প্ৰতি বছৰে অসমৰ প্ৰাকৃতিক মেপখনৰ এক ৰাজহুৱা প্ৰতিবেদন হ'লেও ২০২০ বৰ্ষত ইয়াৰ প্ৰভাৱ আগতকৈও তীব্ৰ । প্ৰথম কাৰণ, ইতিমধ্যে…

দায়ী কোন? জবাবদিহি কোন?

"দোষ বা অপৰাধো চৰকাৰেই কৰিব, আৰু কোনোবাই তাৰ বিৰুদ্ধে মাত মাতিলেই বা প্ৰতিবাদ কৰিবলৈ গ’লেই ভুৱা গোচৰ তৰি তিল তিলকৈ মৰিবলৈ ৰাজনৈতিক বন্দী কৰি কাৰাগাৰত ৰাখিব৷ এয়াই আমাৰ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিভূ চৰকাৰৰ চৰিত্ৰ বা স্বৰূপ৷"বিশ্বজিৎ বৰাৰ কলমত:দায়ী…

মকছুদুল হকৰ সতে অতীতৰ সোঁৱৰণী আৰু পুৰণি বন্ধুত্বৰ নতুন গাঁঠি: বনজিৎ হুছেইন

গুৱাহাটীৰ শিল্পগ্ৰামত শতাধিক দৰ্শকৰ সন্মুখত এজন বাংলাদেশী ৰকষ্টাৰে নিভাঁজ অসমীয়াত ক’লে, “মই ষোল্ল বছৰৰ পাছত ঘৰলৈ আহিছো।” তেওঁৰ ব্লকবাষ্টাৰ হিট গানেৰে দৰ্শকসকলক মুগ্ধ কৰি শেষত তেওঁ এজন দাৰ্শনিকৰ দৰে ক’লে, “চৈতন্য দেৱ আৰু লালন ফকিৰৰ দেশৰ পৰা…

বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক জীৱন আৰু মতাদৰ্শ : বিৰাজ জ্যোতি কলিতা

 বিষ্ণুপ্ৰসাদ ৰাভা আছিল সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ দুৰ্ঘোৰ বিৰোধী। নি:সন্দেহে তেওঁ এগৰাকী প্ৰকৃত মানৱতাবাদী আছিল । সচাঁ অৰ্থত,বিষ্ণুপ্ৰসাদ ৰাভাই নিষ্পেষিত জনতাৰৰ শোষণকাৰী আৰু দমনকাৰীৰ বিৰুদ্ধে থিয় দি এক শ্ৰেণীহীন সমাজ গঢ়িব বাবে আপ্ৰাণ…

পতঞ্জলীৰ ঔষধ খালে ভাল হ’ব ক’ৰোনাঃ দাবী বালকৃষ্ণৰ

ক'ৰোনা ভাইৰাছে ত্ৰস্ত কৰাৰ পিছত এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে উঠি পৰি লাগিছে বিজ্ঞানীমহল। কিন্তু প্ৰতিষেধকৰ এই যুদ্ধখনৰ মাজতেই সৃষ্টি হৈছে বহু বিতৰ্কৰো। দেশৰ আয়ুৰ্বেদিক দ্ৰব্য প্ৰস্তুতকাৰী সংস্থা পতঞ্জলীৰ CEO…

৮৫শতাংশ শ্ৰমিক ঘৰলৈ উভতাৰ নামত খৰছ কৰিবলগীয়া হৈছিল নিজা ধন…

দেশৰ এটা স্বেচ্ছাসেৱী সংগঠন ষ্টেণ্ডাৰ্ড ৱৰ্কাৰ্ছ একশ্যন নেটৱৰ্কৰ মতে দেশৰ ৮৫শতাংশ শ্ৰমিকে স্ব-ৰাজ্যলৈ ঘুৰি যোৱাৰ বাবদ নিজা ধন খৰছ কৰিব লগা হৈছে। ২৮ মেত ছুপ্ৰীম কৰ্টে প্ৰব্ৰজিত শ্ৰমিকক চৰকাৰৰ ধনেৰে ঘুৰাই অনাৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান…

অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ক'ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ অধিক তত্পৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেনে সময়তেই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব হঠাত অসুস্থ হৈ পৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিডনীত ধৰা পৰিছে ৩.৭৬mmৰ…

২১সপ্তাহীয়া অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰ্গাৰৰ পক্ষত মাৰ্কিন সংগঠন

১২ বাৰ জামিন আবেদনৰ পিছতো অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰগাৰে পোৱা নাই জামিন। এইবাৰ ছাফুৰাৰ জামিনৰ পক্ষত মাত দিছে মাৰ্কিন আইনজীৱী সংগঠনে। তেওঁলোকে কয় যে ছাফুৰাক বন্দী কৰি ৰখাটো আন্তৰ্জাতিক আইন বিৰোধী কাৰ্য। সংশোধিত নাগৰিকত্ব…

‘পবিত্ৰ ৰিস্তা’, ‘MS Dhoni’ৰ অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই

ইজনৰ পিছত সিজনকৈ বলীউডৰ অভিনেতা, মিউজিক ডাইৰেক্টৰৰ মৃত্যুৰ খবৰৰ পিছতেই আহিছে আন এক দুখবৰ। বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ দুখবৰে অভিনয়প্ৰেমী ৰাইজক ম্ৰিয়মাণ কৰি তুলিছে। দেওবাৰে মুম্বাইৰ বান্দ্ৰাত থকা ঘৰত ফাঁচী লৈ…

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম

দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰ'লত ৬২ পইচা আৰু ডিজেলৰ ৬৩পইচাকৈ বৃদ্ধি পালে দেশত। উল্লেখ্য যে আন্তৰ্জাতিক বজাৰৰ সৈতে সামঞ্জস্য ৰাখি ২০১৭ চনৰ পৰা প্ৰায়ে সলনি হৈছিল পেট্ৰ'ল-ডিজেলৰ দাম। তাৰ সৈতে তুলনা কৰিলে…