সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোন ব্যৱসায়ীৰ সৈতে আছে নেক্সাছ? পঢ়ক Exclusive Report

বিষয়- হিমন্ত বিশ্ব শৰ্মা আৰু ঘনশ্যাম ধানুকা।হিমন্ত বিশ্ব শৰ্মা পলিটিচিয়ান। ঘনশ্যাম ধানুকা ব্যৱসায়ী।দুয়ো অতি ঘনিষ্ঠ। ৰাজনীতিকৰ আৰু ব্যৱসায়ীৰ মাজত গঢ়ি উঠা এই নেক্সাচৰ ফলত ৰাজ্যত চলি থকা অবাধ দুনীৰ্তিৰ দস্তাবেজ আমি আজি উন্মোচন কৰিম সম্পূৰ্ণ…

এখন চহৰত একোটা বাসগৃহৰ বেচাদাম ৮৫টকা! অবিশ্বাস্য হ’লেও সত্য।

এটা বাসগৃহৰ দাম ৮৫টকা! অবিশ্বাস্য হোৱাটো সাধাৰণ কথা। কিন্তু সঁচাকৈয়ে এটা ঘৰৰ দাম মাত্ৰ ৮৫টকাত বিক্ৰী কৰিব গৃহৰ মালিকে। কিন্তু ক'ত আছে এই ৮৫টকীয়া ঘৰ? কিয় বিক্ৰী কৰিব কেৱল ৮৫টকাৰ বিনিময়ত এটা ঘৰ? ইটালী, ইটালীৰ সেই বিশেষ বাসগৃহ আপুনি লটাৰীৰ…

গুজৰাটসহ দেশৰ ৫ৰাজ্যৰ পৰিস্থিতিক উচ্চতম ন্যায়ালয়ে দিলে ‘ভয়ানক’ আখ্যা

দেশৰ ৫খন ৰাজ্যত ক'ৰোনা ৰোগীৰ চিকিত্সা আৰু ক'ৰোনাত মৃত্যু হোৱা লোকক দিবলগীয়া মৰ্যাদাৰ ক্ষেত্ৰত পৰিস্থিতি অতি ভয়ানক আখ্যা দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই পশ্চিমবংগত ভাইৰেল হোৱা এটা ভিডিঅ'ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল…

ক’ৰোনা পৰিস্থিতিত ৩৩,১৫৫ জন কাৰাবন্দীক জামিনত মুকলি

বাংলাদেশত ক'ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ জে'লত বন্দীসকলৰ মাজতো সংক্ৰমণৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৬০হাজাৰ ৩৮৯ টা গোচৰৰ নিষ্পত্তি কৰিছে দেশখনৰ আদালতে। সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই…

নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত নিহত ভাৰতীয়

ভাৰত-নেপালৰ কন্দলৰ সময়তে পুনৰ আন এক দুৰ্ঘটনা সংঘটিত হৈছে সীমান্তৱৰ্তী এলেকাত। বিহাৰৰ ছিটামৰ্হিত নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত এজন ভাৰতীয় লোকৰ মৃত্যু হৈছে আৰু ৩জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। পুৱা ৮.৪০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। অতি…

শ্ৰমিকৰ দৰমহা সন্দৰ্ভত হস্তক্ষেপ নকৰে ছুপ্ৰিম কৰ্টে! স্বস্তিৰ নিশ্বাস নিয়োগকৰ্তাৰ…

দেশজুৰি চলা অৰ্থনৈতিক মন্দাৱস্থাই ব্যাপক প্ৰভাৱ পেলাইছে ব্যক্তিগত খণ্ডত। ফলত নিয়োজিত কৰ্মচাৰীৰ দৰমহাৰ ক্ষেত্ৰত বিয়োগাত্মক প্ৰভাৱ পৰিছে। কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এইক্ষেত্ৰত ন্যায়ালয়ে পোনপটীয়াকৈ হস্তক্ষেপ কৰিব নোৱাৰে।…

অৰবিন্দ কেজৰীৱালৰ শৰীৰত জ্বৰ, ছৰ্দি-কাঁহ

মংগলবাৰে হ'ব ক'ৰোনা টেষ্ট ক'ৰোনা ভাইৰাছৰ উপসৰ্গৰ দৰে প্ৰায়বিলাক উপসৰ্গ দেখা দিয়াৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আইছ'লেশ্যনত ৰখা হৈছে। কেজৰিৱালৰ শৰীৰত সামান্য জ্বৰ, চৰ্দি-কাঁহ ৰোগসমূহ হোৱাৰ পিছতেই আগন্তুক সতৰ্কতামূলকা…

ইতিহাসত নাৰী আৰু নাৰীবাদ

"মহিলা হৈ কোনো জন্ম নলয়,সমাজ আৰু সংস্কৃতিয়েহে মহিলাৰ জন্ম দিয়ে।"(চিমন দি বিভয়ই) পুৰুষ আৰু প্ৰকৃতি ইটো সিটোৰ পৰিপূৰক।নেলী অ'দচহুৰ্ণৰ মতে বহু সময়ত বিজ্ঞানীসকলে লিংগৰ বেলেগ বেলেগ সংজ্ঞা দিছে।কিন্ত্ত মূলতঃ পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যটো…

সাংবাদিকক পুনৰ মুখ বন্ধ কৰাৰ চেষ্টা প্ৰশাসনৰ! প্ৰতিবাদত নামিল সাংবাদিক

ক'ৰোনাই চলোৱা ত্ৰাসৰ মাজতো চৰকাৰী পক্ষই দৃষ্টিনিবদ্ধ ৰাখিছে সংবাদমাধ্যম আৰু সাংবাদিকৰ ওপৰত। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰি প্ৰকাশ কৰা সংবাদসমূহ বাৰে বাৰে চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে। বিগত কালছোৱাত কেইবাগৰাকী সাংবাদিকৰ কলমত বাধা আৰোপ…

“মই মুছলমান লোকৰ এক্স-ৰে নকৰোঁ। এয়া মোৰ শপত।”- ক’লে এজন চিকিত্সকে…

উত্তৰ প্ৰদেশত চিকিত্সালয় মহাবিদ্যালয়ৰ অধীক্ষকৰ মুছলমান বিদ্বেষী তথা ধৰ্মীয় ঘৃণাভাৱ বিয়পোৱা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত পুনৰ আন এক ঘটনা এতিয়া পোহৰলৈ আহিছে। ৰাজস্থানত এইবাৰ ভাইৰেল হৈছে ধৰ্মবিদ্বেষী কথা লিখা থকা এটা হোৱাটছএপ গ্ৰুপৰ স্ক্ৰীণশ্বট।…