সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

বিশেষভাৱে সক্ষম হৈয়ো আব্দুলে মেট্ৰিক পৰীক্ষাত লাভ কৰিলে ৫টা বিষয়ত লেটাৰসহ ৮৬শতাংশ

মেট্ৰিকৰ ফলাফল নহয়, এগৰাকী দিন হাজিৰা কৰা দেউতাক তথা এগৰাকী মাতৃৰ কষ্টৰ ফলাফল এয়া। পৰিয়ালৰ সৈতে ভাড়াঘৰত থকা মধাৱী শিক্ষাৰ্থীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ হৈছে ছাত্ৰজন। নাম-আব্দুল মজিদ। ছাত্ৰজনে প্ৰমাণ কৰি পুনৰ…

একেলগে ২৫খন বিদ্যালয়ত চাকৰি কৰা উত্তৰপ্ৰদেশৰ এগৰাকী চৰকাৰী শিক্ষয়িত্ৰী!

সপোন নহয়, এক আচৰিত অথচ বাস্তৱ ঘটনা। এইখন দেশতেই ঘটিছে এক আচৰিত ঘটনা। অভিযোগ অনুসৰি, এগৰাকী শিক্ষয়িত্ৰী- কিন্তু তেঁও শিক্ষকতা কৰে ২৫খন বিদ্যালয়ত। ১৩ মাহ শিক্ষকতা কৰি ১ কোটি টকাৰ বেতন লাভ কৰিছে তেওঁ। এই ঘটনা উত্তৰপ্ৰদেশৰ। উত্তৰপ্ৰদেশৰ…

হঠাতে সুৰ সলালে বিশ্ব স্বাস্থ্য সংস্থাই

সমগ্ৰ বিশ্বতে ক'ৰোনাৰ ত্ৰাসৰ সময়ত হাইড্ৰ'ক্সিক্ল'ৰ'কুইনে সৃষ্টি কৰিছে বহু বিতৰ্কৰ। ড'নাল্ড ট্ৰাম্পেও দিছিল কেতবোৰ মন্তব্য। আনকি তেওঁ নিজে হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ ব্যৱহাৰ কৰিছিল বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই…

নতুন তথা বিত্তীয় বাজেটত ঘোষণা কৰা প্ৰকল্পৰ ক্ষেত্ৰত এবছৰলৈ কেন্দ্ৰই আবণ্টন নকৰে ধন!

আগন্তুক এক বছৰত দেশত কোনো প্ৰকল্পৰ বাবে ধন খৰচ কৰা নহ'ব- এইদৰেই স্পষ্টকৈ জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। শুক্ৰবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে ক'ৰোনাৰ সাম্প্ৰতিক সময়ত দেশত নিম্নগামী হোৱা অৰ্থব্যৱস্থাক পুনৰুজ্জীৱিত কৰাৰ বাবে…

পৰিৱেশ দিৱসৰ দিনা কেন্দ্ৰৰ নতুন কাৰ্যক্ৰমঃ ‘হ্ৰাস কৰিব লাগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ’

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ২০০টাকৈ কৰ্প'ৰেশ্যন আৰু নগৰত 'নগৰ ভান' বা 'নগৰ অৰণ্য' উন্মোচন কাৰ্যসূচী গ্ৰহণ কৰে। নগৰ সমূহত বৰ্তমানে যথেষ্ট পৰিমাণে পৰিৱেশ বিনষ্ট হৈ আহিছে। তাৰেই পৰিপ্ৰেক্ষিতত…

ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে গুজৰাটত কংগ্ৰেছৰ খহনীয়া

গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বেই ইজনৰ পিছত সিজন কংগ্ৰেছী বিধায়কে পদত্যাগ কৰাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। পদত্যাগ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক ব্ৰিজেশ মেৰজাই। ১৯ মে'ত ভোটগণনা হ'ব গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ। বিধানসভাৰ সচিবালয়ে নিশ্চিত…

কেৰেলাৰ হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ সৈতে জৰিত এজনক গ্ৰেপ্তাৰ

কেৰেলাত সংঘটিত হোৱা হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ বাবে এজন জগৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, অনাৰসত ভৰাই থোৱা বিস্ফোৰক পদাৰ্থসমূহ ধৃত লোকজনে যোগান ধৰিছিল। অৱশ্যে ঘটনাৰ সৈতে আন কেইবাজনো জৰিতৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।…

ভাৰতক লৈ ট্ৰাম্পে জনোৱা আন্তঃৰাষ্ট্ৰীয় আহ্বানে সৃষ্টি কৰিছে চীনৰ মূৰৰ কামোৰণি

জি-৭ গোষ্ঠীত ভাৰতৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পে ভাৰতসহ দক্ষিণ কোৰিয়া, অষ্ট্ৰলিয়া আৰু ৰাছিয়াক জি-৭ত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। যদিহে দেশসমূহ অন্তৰ্ভুক্ত হয়, তেন্তে…

বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যাপৰ্ণ কৰাত পুনৰ বাধা

লিকুৱেৰ কিং বিজয় মালিয়াক ভাৰতলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়াই নতুন মোৰ লাভ কৰিছে। এই মাহতে ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল। কিন্তু বৃহস্পতিবাৰে ব্ৰিটেইনৰ উচ্চস্তৰীয় কৰ্তৃপক্ষই কিছু আইনী প্ৰক্ৰিয়া বাকী আছে বুলি জনোৱাৰ পিছত এই মাহত বিজয় মালিয়াৰ…

মানৱতাৰ জয়…হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান লোকে

ধৰ্মীয় বিষবাষ্পৰ লগতে ভিন্ন সাম্প্ৰদায়িক ঘটনাই সততে সংবাদ শিৰোনাম দখল কৰি আহিছে। ক'ৰোনাৰ এই জটিল সময়তো বিভিন্ন মাধ্যমত সাম্প্ৰদায়িক মনোভাৱৰ প্ৰকাশ পাই আহিছে। কিন্তু তাৰ মাজতেই খবৰ প্ৰকাশ পাইছে ধৰ্মৰ প্ৰভেদে বাধা দিব নোৱাৰা এক মানৱতাৰ কাৰ্য।…