পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম

Share This Article

দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰ’লত ৬২ পইচা আৰু ডিজেলৰ ৬৩পইচাকৈ বৃদ্ধি পালে দেশত। উল্লেখ্য যে আন্তৰ্জাতিক বজাৰৰ সৈতে সামঞ্জস্য ৰাখি ২০১৭ চনৰ পৰা প্ৰায়ে সলনি হৈছিল পেট্ৰ’ল-ডিজেলৰ দাম। তাৰ সৈতে তুলনা কৰিলে এইবাৰ সৰ্বাধিক বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ দাম। বৰ্ষটোৰ জুন মাহৰ পৰা মুঠ ক্ৰমে ৪টকা ৫২পইচা আৰু ৪ টকা ৬৪পইচাকৈ পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পাইছে। আনহাতে দেশত বৃদ্ধি পোৱাৰ পিছতে ৰাজ্যসমূহৰ ভেটৰ ওপৰত নিৰ্ভৰ কৰে একোখন ৰাজ্যত এই সমূহ দ্ৰব্যৰ দাম। বিগত ১৪ মাৰ্চত পেট্ৰ’ল আৰু ডিজেলত কেন্দ্ৰই ৩টকাকৈ শুল্ক যোগ কৰিছিল। ৫মেত ১০টকা আৰু ১৩টকাকৈ প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিছিল।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.