সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

riniki bhuyan sarma

কলকতাৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ কেনেদৰে আহে ধন?

ছুপাৰমাৰ্কেট ফ্লাই অ'ভাৰৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৭ মাহ পাছত আহ্বান কৰা হৈছিল উদ্বোধনী অনুষ্ঠানৰ নিবিদাৰ জাননী৷ ৭ মাহ পাছত এই কাম লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাই৷ এইগৰাকী ভাস্কৰ শৰ্মা…

Big Expose: গুৱাহাটীৰ এখন ফ্লাই অ’ভাৰ, এখন নিবিদা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?

৬ মাহজোৰা অনুসন্ধান আৰু উন্মোচনঃ কেনেদৰে পোহৰলৈ আহিল কোভিডকালৰ গোপন অধ্যায়

‘দ্য ক্ৰছকাৰেনন্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে এলানি আৰ টি আই আবেদনৰ আধাৰত লাভ কৰা তথ্যৰ পৰা উন্মোচন হৈছে কোভিডকালৰ এক বৃহৎ অনিয়মৰ গোপন কাহিনী ৷ এন এইচ এমৰ পৰা এই তথ্যখিনি লাভ কৰিবৰ দ্য ক্ৰছকাৰেন্টে ৬ মাহৰো অধিক সময় ধৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত…

মুখ্যমন্ত্ৰীৰ পত্নীক কোভিডৰ ঠিকাঃ মন্ত্ৰী পীয়ূষ হাজৰিকাই কি কি কথা নক’লে ?

‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আজি সংবাদমাধ্যমৰ সন্মুখলৈ আহিল অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই বহু কথা ক’বলৈ চেষ্টা চলালে যদিও মূল কথাবোৰৰ উত্তৰ দিয়াৰ পৰা আজিও বিৰত থাকিল ৷…

EXCLUSIVE: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ, ৩৩ কোটিৰ কেলেংকাৰীত অভিযুক্তক অত্যাধিক লাভজনক দৰত ঠিকা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ঘনশ্যাম ধানুকাই নহয় , কোভিডকালত ঠিকা লাভ কৰা বিশেষ ব্যক্তিসকলৰ তালিকাত আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আৰু এজন পুৰণি ব্যৱসায়িক অংশীদাৰ ৷ তাতেই তেওঁৰ…

পি পি ই কীটঃ ৰিণিকি ভূঞা শৰ্মাৰ ঠিকাক কিয় দান বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ?

পি পি ই কীটক লৈ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে প্ৰকাশ কৰা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে অসমৰ ৰাজনীতিত ৷ সংবাদ সংস্থা দুটাই আৰ টি আই তথ্যৰ ভিত্তিত প্ৰকাশ কৰা বাতৰিত স্পষ্ট হৈ পৰিছে যে অসম চৰকাৰে জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই জৰুৰী…

EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ

ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ধানুকা পৰিয়ালৰ ব্যৱসায়িক লেনদেনৰ আৰু এক গোপন অধ্যায় ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনশ্যাম ধানুকাৰ পৰিয়ালৰ মাজত কেৱল ঘনিষ্ঠ সম্পৰ্কই নাই , আছে ব্যৱসায়িক লেন-দেনো ৷

EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত…

সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ (এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে) কোভিড মহামাৰীয়ে যি সময়ত সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল, জনসাধাৰণৰ জীৱন আৰু…

কাজিৰঙাত কিয় চৰকাৰী মাটি লৈছিল ৰিণিকি ভূঞা শৰ্মাই ?

মুখ্যমন্ত্ৰীৰ পৰিয়ালে চৰকাৰী মাটি হস্তগত কৰাৰ এইটোৱে প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও চৰকাৰী মাটিৰ আৱন্টন নিজৰ নামত লৈ ঘূৰাই দিবলগীয়া হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৷