অৰুণাচল প্ৰদেশত হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ
দেওবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ উচ্চ উচ্চতা অঞ্চলত হোৱা হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ। এটা টহলৰ অংশত আৱদ্ধ হৈ আছে ভাৰতীয় সেনাসকল। বৰ্তমানো সেনাসকলক উদ্ধাৰৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলবোৰক…