সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

northeast

ত্ৰিপুৰা: নীৰমহল উদয়পুৰ আৰু পিলাক-জিতাদিত্য নাৰ্জাৰী

-আগৰ খণ্ডৰ পৰা ৰাতিপুৱা উঠি মই এখন ট্ৰেইন ধৰি ধর্মনগৰৰ পৰা আগৰতলা লৈ ওলালোঁ। এইখিনিতে কৈ থোৱা ভাল হব যে ত্ৰিপুৰাৰ ৰেলব্য‌ৱস্থা মই ভবাতকৈ যথেষ্ট উন্নত আছিল। ইয়াৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক যোগ কৰি ৰেল লাইন বনোৱা হৈছে (বাংলাদেশলৈ সংযোগ কৰাৰ…

লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে অৰুণাচলৰ ৫ জন লোকক অপহৰণ চীনা সৈন্যৰ

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থাকোতেই ৫ জন ভাৰতীয় লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছে চীনা সৈন্যৰ বিৰুদ্ধে। জানিব পৰা মতে উজনি সোৱণশিৰী জিলাৰ ভাৰত চীন সীমান্তৰ এখন জংঘলত চিকাৰ কৰি থকা অৱস্থাত অপহৰণ কৰিছে চীনা সৈন্যই। ঘটনাটো সংঘটিত…

সংস্কৃতিৰ ৰাজনীতি আৰু ৰাজনৈতিক সংস্কৃতি: সুৰ সমলয় কলা সংস্থানৰ ‘ফ’ক স্টোৰিজ’

ক’ভিড মহামাৰীয়ে সমগ্র দেশৰ অর্থনৈতিক ভাবে দুর্বল খাটি খোৱা মানুহৰ প্রতি যি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে তাত বহু শ্রেণীৰ লোকৰ লগতে শিল্পী আৰু সাংস্কৃতিক উদ্যোগৰ কথাটো বিশেষভাৱে আলোচনা হৈছে।অসমত চৰকাৰী পক্ষই মহামাৰীৰ ক্ষতিপূৰন হিচাপে অলপতে যি এক…

জুকৌ ভেলীলৈ (Dzukou Valley) কেতিয়া আৰু কেনেদৰে যাব-জিতাদিত্য নাৰ্জাৰী

জুকৌ ভেলীলৈ (Dzukou Valley) মই কেবাবাৰো গৈছোঁ। কিন্তু সঠিক সময় মিলাই যোৱাটো সদায় সম্ভৱ নহয়। প্ৰথমবাৰ অকলে যাওঁতে বৰষুণ ইমান আছিল যে মই মাজতে ৰাস্তা হেৰাই জংঘলত এৰতি কটাই গুচি আহিব লগা হৈছিল। দ্বিতীয়বাৰ কেইজনমান বন্ধুৰ লগত একো অসুবিধা…

ফুটছেৰো: এক অপ্ৰত্যাশিত ইউটোপিয়া-জিতাদিত্য নাৰ্জাৰী

উত্তৰ-পূৰ্বাঞ্চলৰ এনে বহু ঠাই আছে যি পৰ্য্যটনৰ বিশেষ আকৰ্ষণ হ'ব পৰাৰ সামৰ্থ আছে। কিন্তু পৰ্যাপ্ত চর্চাৰ অভাৱৰ বাবেই এই ঠাই সমূহ আমাৰ অগোচৰে থাকি যায়। তেনে এখন ঠাইয়েই হৈছে ফুটছেৰো(Pfutsero)। ক'ত আছে ফুটছেৰো? কেনেদৰে যাব পাৰিব ফুটছেৰোলৈ?…

হস্পিতালৰ পৰা অমিত শ্বাহে কিয় ফোন কৰিলে হিমন্ত বিশ্ব শৰ্মাক?

কৰোনাত আক্ৰান্ত হৈ অমিত শ্বাহ বৰ্তমান চিকিৎসাধীন। পিছে অসুস্থতাৰ মাজতো হস্পতালৰ পৰাই অমিত শ্বাহৰ ফোন হিমন্ত বিশ্ব শৰ্মা লৈ। কিন্ত কিয়? হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনোৱা মতে যোৱা কালি অমিত শ্বাহ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা লৈ ফোন কৰি…