প্ৰবল বৃষ্টিপাতে জোঁকাৰিব অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক

Share This Article

ৰাজ্যত আজিৰে পৰা প্ৰৱল বৃষ্টিপাতৰ পূৰ্ণ সম্ভাৱনা । অসমক Orange Zone ঘোষণা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ । ২৪ৰ পৰা ২৬ আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলত জাৰী কৰা হৈছে সতৰ্কবাণী। অৰুণাচল প্ৰদশ আৰু মেঘালয়কো Orange Zone ঘোষণা। বে’ অৱ বেংগলত সৃষ্টি হোৱা ধুমুহাৰ তাণ্ডৱৰ ফলতেই অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.