সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বজৰং কৰ্মীৰ হত্যাৰ প্ৰতিবাদ

শম্ভু কৈৰী হত্যাৰ বিৰুদ্ধে হাইলাকান্দিত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী সমদল। হাইলাকান্দিত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উত্তাল প্ৰতিবাদ। কৰিমগঞ্জ জিলাৰ লোৱাইৰপুৱাত বজৰং দলৰ কৰ্মী শম্ভু কৈৰীক হত্যাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে…

বড়োলেণ্ডত মুকলি পৰামৰ্শ কেন্দ্ৰ

বিটিআৰ চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি ।কোকৰাঝাৰ চহৰৰ বিবেকানন্দ পথৰ হিন্দী স্কুলৰ সমীপত মুকলি কৰা হয় এই কেন্দ্ৰটো ।আনুষ্ঠানিকতাৰে মুকলি কৰে বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে ।বিটিআৰৰ…

লোকলৈ হুল পুতি ,পাকিস্তান মৰিল ফুটি

প্ৰতিৱেশী পাকিস্তানত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ।ঘেঁহুৰ অভাৱত ভুগিছে দেশখন। ফলত এটুকুৰা ৰুটিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পাকিস্তানীয়ে।বিগত মে’ মাহৰ পৰা দেশখন ভুগিছিল অভাৱনীয় বানপানীৰ কবলত ।পাকিস্তানৰ ইতিহাসত দেশখন প্ৰথমবাৰৰ বাবে ভয়ংকৰ…

গণ বিক্ষোভত কঁপিছে এখন দেশ

পেৰুৰ প্ৰধানমন্ত্ৰী এলবাৰ্ট’ অটাৰ’লাই মঙলবাৰে দেশখনত জাৰি কৰে সান্ধ্যআইন।আন্দ’লু এজেঞ্চিৰ এক সূত্ৰত প্ৰকাশ দেশখনৰ নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষত প্ৰায় ৪০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পেড্ৰ’…

লোকপিয়ল পিছুৱাৰ ৰহস্য

লোকপিয়ল পিছুৱাত চৰকাৰী ষড়যন্ত্ৰ !বাৰে বাৰে কিয় পিছুৱাই লোকপিয়ল?নোহোৱা নোপজা ঘটনা এটা হৈ আছে কিয় ?২০১৯ চনতেই কেন্দ্ৰীয় চৰকাৰে ২০২১ ৰ লোকপিয়লৰ বাবে সকলো যো -জা কৰিছিল।মুঠ ৮,৭৫৪.২৩কোটি লোকপিয়লৰ সমগ্ৰ প্ৰক্ৰিয়াৰ নামত ধাৰ্য কৰা হৈছিল৷লোকপিয়লৰ…

বিহুৰ প্ৰস্তুতি পাহাৰতো

ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ তিনিআলিত ।পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন ।ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ মাজত মাথো কেইটামান দিন । অসমৰ চহা জীৱনৰ জাতীয় উৎসৱৰ ভিতৰত মাঘৰ বিহু হৈছে অন্যতম ৷ ইয়াকে লৈ ইতিমধ্যে…

পুনৰ টাৰ্গেট JNU ৰ ছাত্ৰী

চেলা ৰশ্বিদ শ্ব’ৰা নামৰ এগৰাকী মহিলাই ২০১৯ চনত দিয়া দুটা টুইটাৰ আপডেটৰ বাবে আইনী প্ৰক্ৰিয়া আগবঢ়োৱাৰ অনুমতি দিছে দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই।২০১৯ চনৰ ৩ ছেপ্তেম্বৰত দিল্লী আৰক্ষীৰ বিশেষ শাখাত এক গোচৰ ৰুজু হৈছিল।ভাৰতীয় দণ্ডবিধিৰ…

নিঃশেষ হ’ব গণতন্ত্ৰ !

সম্পূৰ্ণ দুটা বছৰৰ পিছত ৱাশ্বিংটন ডি চিত সংঘটিত ঘটনাৰ পুনৰাবৃত্তি ঘটিছে ব্ৰাজিলৰ ব্ৰাছিলিয়াত।ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ভৱন আৰু উচ্চতম ন্যায়ালয় লণ্ডভণ্ড কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ সমৰ্থকে।দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জায়েৰ বলচনাৰ’ৰ সমৰ্থকে দেওবাৰে…

গেট আউট’ গভৰ্ণৰ

ৰাজ্যৰ সাংবিধানিক মূৰব্বী গৰাকীৰ বিৰুদ্ধে দিছে শ্লোগান।শ্লোগানত চিঞৰিছে 'গেট আউট ৰবি '!কিন্তু ক’ত সংঘটিত হৈছে এই অভূতপূৰ্ব প্ৰতিবাদ?তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ।ৰাজ্যপাল ৰবিয়ে তামিলনাডুৰ নাম সলনি কৰি…

মধ্যাহ্ন ভোজনত সাপ !

এক অকল্পনীয় ঘটনা সংঘটিত হৈছে এখন প্ৰাথমিক বিদ্যালয়ত।মধ্যাহ্ন ভোজনৰ আহাৰ গ্ৰহণ কৰি অসুস্থ প্ৰায় ৩০ গৰাকী শিক্ষাৰ্থী।পশ্চিম বংগৰ বীৰভূম জিলাৰ ময়ুৰেশ্বৰ ব্লকৰ অধীনৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে…